ETV Bharat / state

হাইলাকান্দিত উপস্থিত কংগ্ৰেছী নেতা গোলাম নবী আজাদ - হাইলাকান্দি

৪ বছৰত প্ৰায় পাঁচ হাজাৰবাৰ যুদ্ধবিৰতি উলংঘা হৈছে বুলি মন্তব্য জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ

হাইলাকান্দিত উপস্থিত কংগ্ৰেছী নেতা গোলাম নবী আজাদ
author img

By

Published : Mar 4, 2019, 10:22 PM IST

হাইলাকান্দি,৪ মাৰ্চ: "উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতীয় সেনাই গ্ৰহণ কৰা সকলো পদক্ষেপত আমাৰ সমৰ্থন আছে । কংগ্ৰেছ দলে সদায় সেনাক সমৰ্থন কৰি আহিছে । " সোমবাৰে হাইলাকান্দিত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰেভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে ।

হাইলাকান্দিত উপস্থিত কংগ্ৰেছী নেতা গোলাম নবী আজাদ

ইপিনে বিগত ৪ বছৰে কাশ্মীৰ আৰু ভাৰত-পাকিস্তান সীমান্তৰ অৱস্থা আগতকৈ উদ্বেগজনক হৈছে বুলি মন্তব্য কৰি ৪ বছৰত প্ৰায় পাঁচ হাজাৰবাৰ যুদ্ধবিৰতি উলংঘা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইজম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

SLUG :: হাইলাকান্দিত উপস্হিত কংগ্ৰেছ নেতা গোলাম নবী আজাদ

O/C :: উগ্ৰপন্থীক ৰোধীবৰ বাবে ভাৰতীয় সেনায় গ্ৰহন কৰা সকলো পদক্ষেপত আমাৰ সমৰ্থন আছে। কংগ্ৰেছ দলে সদায় সেনাক সমৰ্থন কৰি আহিছে। আজি হাইলাকান্দিত উপস্হিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে এই মন্তব্য অগবৰায়।হাইলাকান্দিত এক ধৰ্মীয় অনুষ্ঠানত অংশ লবলৈ উপস্হিতহৈছে আজাদ। ইপিনে বিগত ৪ বছৰে কাশ্মীৰ আৰু ভাৰত পাকিস্তান সিমান্তৰ অবস্থা আটাইটকৈ উদ্বেগজনক হৈছে বুলিও মন্তব্য আগবৰাইছে আজাদে। যোৱা ৪ বছৰত কম পক্ষেও পাচ হাজাৰ বাৰ ছিছফায়াৰ উলংঘা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবৰায় তেওঁ। ধৰ্মীয় সভাৰ আগত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত এক কৰ্মী সভাতো মিলিত হয়। 

byte :: Gulam Nabi Azad

####
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.