ETV Bharat / state

বৰাকত ব্যাপক হাৰত কয়লা ছিণ্ডিকেট!

author img

By

Published : Sep 19, 2019, 7:42 PM IST

বৰাকত ব্যাপক হাৰত কয়লাৰ ছিণ্ডিকেট চলাৰ অভিযোগ । দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বিজেপি চৰকাৰৰ দিনতে বিজেপিৰ নেতা সকলৰ সহযোগত বৰাকত কয়লা ছিণ্ডিকেট চলাৰ অভিযোগ ।

বৰাকত ব্যাপক হাৰত কয়লা ছিণ্ডিকেট!

হাইলাকান্দি, 19 চেপ্তেম্বৰঃ কালাইনৰ পথেৰে মেঘালয়ৰ পৰা কয়লা ভৰ্তি ট্ৰাক বৰাকৰ তিনিখন জিলাত প্ৰৱেশ কৰাৰ অভিযোগ । আনহাতে বিগত তিনি দিনৰ ভিতৰত মেঘালয়ৰ পৰা 38 খন কয়লা ভৰ্তি ট্ৰাক বৰাকত প্ৰৱেশ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে একাংশ কংগ্ৰেছী নেতাই । উল্লেখ্য যে, অসম মেঘালয় সীমান্তৰ মালিডৰ ৰাজপথৰ পৰা যুৱকৰ এটা দলে আটক কৰিছে এখন কয়লা ভৰ্তি ট্ৰাক । এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত । অঞ্চলটোৰ একাংশ যুৱকে প্ৰথমে ৰাজপথত ট্ৰাক ৰখাই পিছফালৰ শ্বাটাৰ খুলি দিয়ে আৰু তাৰ পাচতেই ট্ৰাকৰ পৰা ৰাজপথত সৰি পৰিল কয়লা । দিনৰ পোহৰতে এইদৰে গাড়ীখন প্ৰৱেশ কৰিছিল বৰাকত । কিন্তু অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে অসম আৰক্ষীৰ নিৰৱ ভূমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

বৰাকত ব্যাপক হাৰত কয়লা ছিণ্ডিকেট!

আনহাতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতা বিজেপি চৰকাৰৰ নেতা সকলৰ তত্বাৱধানতে বৰাকত কয়লা ছিণ্ডিকেট চলাৰ অভিযোগ । ইফালে কালাইনৰ বিজেপি নেতা বিনু দাসৰ নেতৃত্বত বৰাকত এই ছিণ্ডিকেট চলাৰ অভিযোগ । লগতে ৰেহান উদ্দীন, কামাল উদ্দীন, লুতফুৰ ৰহমান নামৰ তিনিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ দুই কংগ্ৰেছ যুৱ নেতাই ।

Intro:Slug : বৰাক কয়লা ছিণ্ডিকেট ৰ ৰোমৰোমা বেহা । প্ৰতি ট্ৰাক ৰ পৰা 80-85 k টকাৰে মেনেজ কৰা হয় উপর পৰা তোল লৈকে সকলে চৰকাৰী বিভাগ।

Body:O/C : বৰাক ত ব্যাপক হাৰে চলিছে কয়লা ছিণ্ডিকেট। দুনিতি ৰ বিৰুদ্ধে মাত মতে BJP চৰকাৰ কিন্তু একেবাৰে বিপৰীত ভাবে BJP নেতা সকলোৰ সহযোগত চলে বৰাকত ছিণ্ডিকেট । বৰাক ত অবৈধ ভাবে চলি থকা কয়লা ছিণ্ডিকেট ৰ সকলো তথ্য আছে আমাৰ হাতত । মেঘালয়ৰ পৰা কয়লা ভৰ্তি ট্ৰাক এটাৰ পিছত এটা শাৰী পাতি কালাইন ৰ পথৰে প্ৰৱেশ কৰে বৰাকৰ তিনি খন জিলাত । যোৱা তিনি দিনৰ ভিতৰত মেঘালয় ৰ পৰা 38 খন কয়লা ভৰ্তি ট্ৰাক বৰাক ত প্ৰৱেশ কৰিছে । প্ৰতি খন ট্ৰাক ৰ নম্বৰ ৰ সৈতে প্ৰমাণ আছে আমাৰ হাতত । কেৱল ইমান এ নহয় কয়লা ভৰ্তি এখন ট্ৰাক হাতে নাতে ধৰি ৰাইজ প্ৰমাণ কৰিছে যে কয়লা ছিণ্ডিকেট চলি থকাৰ কথা । অসম মেঘালয় সীমান্তৰ মালিডৰ ৰ ৰাজপথৰ পৰা সাহসী যুৱকৰ এক দলে আটক কৰিছে এখন কয়লা ভৰ্তি ট্ৰাক । সকলো দৃশ্য বন্দী কৰা হৈছে কেমেৰাত । যুৱক সকলে প্ৰথমে ৰাজপথত ট্ৰাক ৰখাই পিছফালৰ শাটাৰ খুলি দিয়ে, আৰু তাৰ লগে লগে ট্ৰাক ৰ পৰা ৰাজপথত সৰি পৰিল কয়লা । দিনৰ পোহৰ মাজত নিৰ্ভয় যে এই গাড়ী খন প্ৰৱেশ কৰি আছিল বৰাক ত । কিন্তু প্ৰশ্ন, আৰক্ষী ৰ চকুত ধূলি দি মেঘালয় ৰ পৰা কেনেকৈ বৰাক ত প্ৰৱেশ কৰে এই কয়লা ভৰ্তি ট্ৰাক সমূহ । অইবাহত কয়লা ছিণ্ডিকেট ৰ বিৰুদ্ধে কিয় নীৰৱ ভূমিকা অসম আৰক্ষীৰ । উল্লেখ যে এই সকলো বিষয় সম্পূৰ্ণ বাভে মেনেজ কৰি চলি আছে ছিণ্ডিকেট চক্ৰযে । কয়লা ছিণ্ডিকেট ৰ বিৰুদ্ধে মাত মাত BJP চৰকাৰ নেতা সকলোৰ তত্বাৱদান ত চলে বৰাকত কয়লা ছিণ্ডিকেট । কালাইন ৰ BJP নেতা *বিনু দাস* ৰ নেতৃত্বত বৰকত দিনে নিশাই প্ৰৱেশ কৰে কয়লা ভৰ্তি ট্ৰাক । লগতে মদত যোগায় তেহেটোৰ সহযোগী *ৰেহান উদ্দীন*, *কামাল উদ্দীন*, *লুৎফুৰ রহমান* । এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দি ৰ দুই কংগ্ৰেছ যুৱ নেতাই । বৰাক ত প্ৰৱেশ কৰা প্ৰতি খন কয়লা ট্ৰাক পৰা 80-85 হাজাৰ টকা লাভ কৰি উপর পৰা তল লৈকে সকলো চৰকাৰী বিভাগ মেনেজ কৰি চলিছে এই BJP নেতা সকলে । বৰাক ত অইবাহত কয়লা ছিণ্ডিকেট ৰ বিৰুদ্ধে ব বিৰোধী দলৰ নেতাৰ অভিযোৰ, দুৰ্নীতি বিৰুদ্ধে মাত মতে অসম BJP মন্ত্ৰী সকলে বিপৰীত ভাবে BJP নেতা তত্বাৱদান ত চলে বৰাক ত সকলো ছিণ্ডিকেট ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.