ETV Bharat / state

শিশুৰ মৃত দেহ উদ্ধাৰ

কাটাখাল ৰে'ল লাইনৰ ওচৰত উদ্ধাৰ এটা শিশুৰ মৃতদেহ। শিশুৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ চাঞ্চল্য সমগ্ৰ হাইলাকান্দি জিলাত ।

dead body
dead body
author img

By

Published : Jul 21, 2020, 5:27 AM IST

হাইলাকান্দি, 20 জুলাই : হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটাখাল ৰে'ল লাইনৰ ওচৰত সোমবাৰে স্থানীয় ৰাইজে লগতে কাটাখাল আৰক্ষীয়ে উদ্ধাৰ কৰে এটা শিশুৰ মৃত দেহ। শিশুৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ চাঞ্চল্য সমগ্ৰ হাইলাকান্দি জিলাত । মৃত শিশুটো বদৰপুৰৰ মৰ্গপুৰৰ হাচিম আলীৰ পুত্ৰ ৷ কোনে কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে সেইয়া জানিব পৰা হোৱা নাই ৷ এনে অমানৱীয় কাৰ্যক ধিক্কাৰ দিছে স্থানীয় ৰাইজে । কাটাখাল আৰক্ষীয়ে শিশুৰ মৃত দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে হাইলাকান্দি এছ কে ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.