ETV Bharat / state

হাইলাকান্দিত গ্ৰেপ্তাৰ অৰ্ধ শতাধিক 'কা' বিৰোধী প্ৰতিবাদকাৰী - CAA PROTESTERS ARREST BY HAILKANDI POLICE

বৰাকত মুখ্য মন্ত্ৰীক ক'লা পতাকাৰে স্বাগত জনাবলৈ সাজু হৈছিল আছু, কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকল ৷ মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ আগতেই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্ধশতাধিক প্ৰতিবাদকাৰীক ৷

CAA PROTESTERS ARREST BY HAILKANDI POLICE
হাইলাকান্দিত গ্ৰেপ্তাৰ অৰ্ধ শতাধিক 'কা' বিৰোধী প্ৰতিবাদকাৰী
author img

By

Published : Jan 29, 2020, 7:09 PM IST

হাইলাকান্দি, 29 জানুৱাৰী: অসম গাওঁৰক্ষী বাহিনীৰ কেন্দ্ৰীয় অনুষ্ঠানত যোগ দিবলৈ বুধবাৰে বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শিলচৰৰ এই অনুষ্ঠানৰ অন্তত কৰিমগঞ্জ জিলাৰ বদৰপুৰত এক শিক্ষা প্ৰতিষ্ঠানৰ অনুষ্ঠানত যোগ দিয়াৰ কথা আছিল মুখ্যমন্ত্ৰীৰ । কিন্তু বৰ্তমানে ৰাজ্যৰ অব্যাহত 'কা' বিৰোধী প্ৰতিবাদ আৰু ক'লা পতাকাই বৰাকতো পিছ এৰা নাই মুখ্যমন্ত্ৰীৰ ।

হাইলাকান্দিত গ্ৰেপ্তাৰ অৰ্ধ শতাধিক 'কা' বিৰোধী প্ৰতিবাদকাৰী

শিলচৰৰ পৰা বদৰপুৰ যোৱাৰ পথত পাচগ্ৰামত মুখ্য মন্ত্ৰীক ক'লা পতাকাৰে স্বাগত জনাবলৈ সাজু হৈছিল আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকল । কিন্তু মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ আগতেই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় প্ৰতিবাদকাৰীসকলক । হাইলাকান্দিৰ পাচগ্ৰাম আৰু লালা থানাত প্ৰায় ৫০ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:আৰক্ষীৰ হতাহতিত আহত চাৰি সংবাদকৰ্মী

Intro:SLUG :: হাইলাকান্দিত গ্ৰেপ্তাৰ অৰ্ধ শতাধিক ক্যা বিৰোধী।

Body:O/C :: অসম গাওঁ ৰক্ষী বাহিনীৰ কেন্দ্ৰীয় অনুষ্ঠানত যোগ দিবলৈ আজি বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোয়াল। শিলচৰৰ এইখন অনুষ্ঠানৰ অন্তত কৰিমগঞ্জ জিলাৰ বদৰপুৰত এক শিক্ষা প্ৰতিষ্ঠানৰ অনুষ্ঠানত যোগ দিব মুখ্যমন্ত্ৰীয়ে। কিন্তু বৰ্তমানে ৰাজ্যৰ অব্যাহত ক্যা বিৰোধী প্ৰতিবাদ আৰু কলা পতাকায় বৰাকতো পিছ এৰা নাই মুখ্যমন্ত্ৰীৰ। শিলচৰৰ পৰা বদৰপুৰ যোৱাৰ পথত পাচগ্ৰামত মূখ্য মন্ত্ৰীক কলা পতাকাৰে স্বাগত জনাবলৈ সাজু হৈছিল আছু, KMSS আৰু AJYCP'ৰ সদস্য সকল। কিন্তু মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ আগতেই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় প্ৰতিবাদকাৰী সকলক। হাইলাকান্দিৰ পাচগ্ৰাম আৰু লালা থানাত প্ৰায় ৫০ গৰাকী প্ৰতিবাদকাৰিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Byte :: protester

######Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.