ETV Bharat / state

মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্তিতিঃ অসমৰ মাটিত মিজোৰ আগ্ৰাসন - অসমৰ মাটিত মিজোৰ আগ্ৰাসন

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত মিজো ৰাইজে মিজো আৰক্ষীক লগত লৈ অসমৰ সীমাৰ দক্ষিণ হাইলাকান্দিৰ কচুৰথলত পুখুৰী খান্দি থকা পৰিলক্ষিত হৈছে ৷ এই আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ ৷

Border dispute
অসমৰ মাটিত মিজোৰ আগ্ৰাসন
author img

By

Published : Jan 18, 2020, 4:12 PM IST

হাইলাকান্দি, 18 জানুৱাৰীঃ পুনৰ অসম মিজোৰাম সিমান্তত উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হৈছে৷ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত আগ্ৰাসন চলাইছে মিজোৰামে৷ বিগত দুদিন ধৰি সেই ৰাজ্যৰ ৰাইজে মিজো আৰক্ষীক লগত লৈ অসমৰ সীমাৰ দক্ষিণ হাইলাকান্দিৰ কচুৰথলত পুখুৰী খান্দি থকা পৰিলক্ষিত হৈছে ৷

অসমৰ মাটিত মিজোৰ আগ্ৰাসন
ইপিনে হাইলাকান্দি জিলাৰ কাটলিচৰা সমষ্টিত বেপৰোৱা মিজো আগ্ৰাসনৰ খবৰ পাই সেই সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে শীঘ্ৰে এই আগ্ৰাসনক লৈ দক্ষিণ অসম ৰেঞ্জৰ দায়িত্বত থকা উপ মহা পৰিদৰ্শক দীলিপ দে আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথক অৱগত কৰি আগ্ৰাসন বন্ধৰ বাবে দাবী জনাইছে ৷ ইয়াৰ পাচতে হাইলাকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও এই পৰ্যন্ত আগ্ৰাসন ৰোধ কৰিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিজোৰামৰ বিভিন্ন সামাজিক সংগঠন আৰু ৰাইজে আৰক্ষীক লগত লৈ হাইলাকান্দি জিলাৰ অসমৰ মাটিত আগ্ৰাসন চলাই আছে ৷ আনহাতে বিধায়ক সুজাম উদ্দিন লস্কৰে কয় যে যদি প্ৰশাসনে মিজো আগ্ৰাসন ৰোধ কৰিবলৈ ব্যার্থ হয় তেনেহলে তেওঁ ৰাইজক লগত লৈ অসমৰ মাটি ৰক্ষা কৰিবলৈ আন্দোলনত জপিয়াই পৰিব ৷ এনে আগ্ৰাসনক কেন্দ্ৰ কৰি এতিয়া হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে ৷

লগতে পঢ়ক - শীঘ্ৰেই ভাৰতে লাভ কৰিব S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ

Intro:Slug:-পুনৰ অসম মিজোৰাম সিমান্তত উত্তপ্ত পৰিস্তিতি।মিজোৰ আগ্ৰাসন অসমৰ মাটিত।

Body:
O/C:- আকৌ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবর্তী কচুৰথলত আগ্ৰাসন চলাইছে মিজোৰামে । যোৱা দুদিন ধৰি সেই ৰাজ্যৰ ৰাইজে মিজো আৰক্ষীক লগত লৈ দক্ষিণ হাইলাকান্দিৰ কচুরথলত অসমৰ সীমাত হোমাই এখন পুখুৰ খুন্দিয়াই আছে । হাইলাকান্দি জিলাৰ কাটলিচৰা সমষ্টিত বেপৰোৱা মিজো আগ্ৰাসনৰ খবৰ পাই সেই সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্করে ততালিকে এই আগ্ৰসনক লৈ সাউথ অসম ৰেঞ্জৰ ডি আই জি দীলিপ দে আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথক অবগত কৰি আগ্ৰাসন বন্ধৰ বাবে দাবী জনাইছে । ইয়াৰ পাছত হাইলাকান্দি আৰক্ষী ঘটনাস্থলত গলেও ইতিয়ালৈকে আগ্ৰাসন ৰোধ কৰিব পৰা নাই । মিজোৰামৰ বিভিন্ন সামাজিক সংগঠন আৰু ৰাইজে আৰক্ষীক লগত লৈ হাইলাকান্দি জিলাৰ অসমৰ মাটিত আগ্ৰাসন চলাই আছে । ইফালে বিধায়ক সুজাম উদ্দিন লস্করে হুংকাৰ দি কৈছে যদি প্ৰচাচনে মিজো আগ্ৰাসন ৰোধ কৰিবলৈ ব্যার্থ হয় তেনেহলে তেওঁ ৰাইজক লগত লৈ অসমৰ মাটি ৰক্ষা কৰিবলৈ আন্দোলনত ঝপিয়াই পৰিব। এনে আগ্ৰাসনক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবর্তী কচৰথলত তীব্ৰ উত্তেজনা বিৰাজ কৰি আছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.