ETV Bharat / state

হাইলাকান্দিত এ টি এম প্ৰৱঞ্চক গ্ৰেপ্তাৰ

author img

By

Published : May 30, 2020, 5:00 PM IST

শনিবাৰে হাইলাকান্দি জিলাৰ ইউনাইটেড বেংক অব ইণ্ডিয়াৰ এ টি এমত সংঘটিত হৈছে প্ৰৱঞ্চনাৰ ঘটনা । এ টি এমৰ পিন বনোৱাৰ বাবে জাকিৰ হুছেইন নামৰ এজন লোক বেংকলৈ আহে । সেই সময়তেই এ টি এমৰ ওচৰত থকা প্ৰৱঞ্চক আবুল হুছেইনে সুযোগ গ্ৰহণ কৰি এ টি এমৰ পিন বনোৱা সাহাৰ্যৰ নামত প্ৰৱঞ্চনাৰে গ্ৰাহকজনৰ একাউণ্টৰ পৰা 3500 টকা লুটি নিয়ে ।

ATM hacker arrest at Hailakandi
হাইলাকান্দিত এটিএম প্ৰৱঞ্চক গ্ৰেপ্তাৰ

হাইলাকান্দি,30 মেঃ এ টি এম ব্যৱহাৰ কৰোতে সাৱধান হওক আপুনি । এ টি এমত গ্ৰহণ নকৰিব অন্য ব্যক্তিৰ সহায় । হাইলাকান্দিত গ্ৰেপ্তাৰ এ টি এম প্ৰৱঞ্চক । এ টি এমৰ পিন বনাই দিয়াৰ নামত ধন লুট প্ৰৱঞ্চকৰ । উল্লেখ্য যে, শনিবাৰে হাইলাকান্দি জিলাৰ ইউনাইটেড বেংক অব ইণ্ডিয়াৰ এ টি এমত সংঘটিত হৈছে এই ঘটনা । এ টি এমৰ পিন বনোৱাৰ বাবে জাকিৰ হুছেইন নামৰ এজন লোক বেংকলৈ আহে । সেই সময়তেই এ টি এমৰ ওচৰত থকা প্ৰৱঞ্চক আবুল হুছেইনে সুযোগ গ্ৰহণ কৰি এ টি এমৰ পিন বনোৱা সাহাৰ্যৰ নামত প্ৰৱঞ্চনাৰে গ্ৰাহকজনৰ একাউণ্টৰ পৰা 3500 টকা লুটি নিয়ে । আনহাতে, ধন উলিয়াই নিয়া সময়তে গ্ৰাহকজনৰ ফোনত মেছেজ অহাত স্থানীয় ৰাইজৰ সহযোগিতাত প্ৰৱঞ্চক আবুল হুছেইনক আটক কৰি আৰক্ষীৰ গটাই দিয়ে ।

হাইলাকান্দিত এটিএম প্ৰৱঞ্চক গ্ৰেপ্তাৰ

লগতে পঢ়ক- বিলাসীপাৰাৰ বৰকান্দাত পথ দুৰ্ঘটনা নিহত RPF জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.