ETV Bharat / state

হাইলাকান্দিত প্ৰতিবাদকাৰীক আটক

author img

By

Published : Dec 16, 2019, 7:18 PM IST

আছুৰ নেতৃত্বত শত‍াধিক ৰাইজে আলগাপুৰ বজাৰৰ পৰা এক সমদল উলিয়াই যাত্ৰা কৰে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ ৷

হাইলাকান্দি
হাইলাকান্দিত CA(A)প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

হাইলাকান্দি,16 ডিচেম্বৰঃ হাইলাকান্দিত আছুৰ গণ সত্যাগ্ৰহ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হাইলাকান্দিত প্ৰতিবাদ। জিলাখনৰ আলগাপুৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ। আছুৰ নেতৃত্বত শত‍াধিক ৰাইজে আলগাপুৰ বজাৰৰ পৰা এক সমদল উলিয়াই যাত্ৰা কৰে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ।

হাইলাকান্দিত CA(A)প্ৰতিবাদকাৰীক আটক

উল্লেখ্য যে,আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা আছিল আছু নেতৃবৃন্দৰ। কিন্তু প্ৰতিবাদকাৰী দলটো চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ আগতেই বাধা প্ৰদান কৰে আৰক্ষীয়ে। আৰু তাৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যায় প্ৰতিবাদকাৰীসকলক।

লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

Intro:Body:

SLUG :: হাইলাকান্দিত আছুৰ গণ সত্যাগ্ৰহ। 

O/C ::  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হাইলাকান্দিত প্ৰতিবাদ। জিলাখনৰ আলগাপুৰ জিলা ছাত্ৰ সংস্থায় সাব্যস্ত কৰে প্ৰতিবাদ। আছুৰ নেতৃত্বত শত‍াধিক ৰাইজে আলগাপুৰ বজাৰৰ পৰা এক সমদল উলিয়াই যাত্ৰা কৰে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্দেশে। আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা আছিলে আছু নেতৃবৃন্দৰ। কিন্তু সমদল চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ আগতেই বাধা প্ৰদান কৰে আৰক্ষীয়ে। আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যায় সকলো প্ৰতিবাদ কাৰিক। 

byte :: Amzad hussain Laskar, AASU Dist President 

#######

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.