ETV Bharat / state

"প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় চাউল চোৰ । ছিদ্দিক আহমদ বিড়ী চোৰ"- আনোৱাৰ হুছেইন

author img

By

Published : Apr 7, 2019, 4:02 PM IST

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমদৰ নামত অসংখ্য কেলেংকাৰী, চুৰি আৰু হত্যাৰ গোচৰ থকাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক আনোৱাৰ হুছেইনে ।

"ছিদ্দিক আহমেদ মুক্তাদ্দিন চৌধৰীৰ চাকৰ, চাহ অনা-নিয়া কৰা মানুহ"- আনোৱাৰ হুছেইন

হাইলাকান্দি, 7 এপ্ৰিলঃ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিচতেই এজনে আনজনৰ দোষ খুচৰি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টাত প্ৰায় শালীনতা হেৰুৱাইছে ৰাজনৈতিক নেতা সকলে । নিৰ্বাচনী প্ৰচাৰৰ বাবে এজনে সিজনৰ নামত প্ৰয়োগ কৰিছে তীব্ৰ ব‍াক্যবান। এইবাৰ হাইলাকান্দিৰ বিধায়ক আনোয়াৰ হুচেইন লস্কৰে চোৰ বুলি আখ্য‍া কৰিলে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদ আৰু গৌতম ৰয়ক।

"প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় চাউল চোৰ । ছিদ্দিক আহমদ বিড়ী চোৰ, মুক্তাদ্দিন চৌধৰীৰ চাকৰ, চাহ অনা-নিয়া কৰা মানুহ । দুই প্ৰাক্তন মন্ত্ৰীৰ নামত আছে অসংখ্য কেলেঙ্কাৰী, চুৰি আৰু হত্যাৰ গোচৰ । এই মন্তব্য হাইলাকান্দিৰ এ আই ইউ দি এফৰ বিধায়ক আনোয়াৰ হুচেইন লস্কৰৰ। প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ নামত তীব্ৰ বাক্যবান প্ৰয়োগ কৰি ছিদ্দিক আৰু গৌতম ৰয়ে বিজেপিক সহায় কৰাৰ কাম কৰি আছে বুলিও মন্তব্য কৰে বিধায়কজনে। ইয়াৰোপৰি কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসে ৫০ হাজাৰ টকাৰ বিনিময়ত অনুসূচীত জাতিৰ প্ৰমানপত্ৰ লাভ কৰিছে বুলিও মন্তব্য বিধায়ক লস্কৰৰ৷

SLUG :: প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমদক চোৰ আখ্যা বিধায়ক আনোয়াৰ হুচেইনৰ।  

O/C:: নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিছতেই শালীনতা হেৰুৱাইছে ৰাজনৈতিক নেতা সকলে। এইজনে সিজনৰ নামত প্ৰয়োগ কৰিছে তীব্ৰ ব‍াক্যবান। এইবাৰ হাইলাকান্দিৰ বিধায়ক আনোয়াৰ হুচেইন লস্কৰে চোৰ বুলি আখ্য‍ায়িত কৰিলে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদ আৰু গৌতম ৰয়ক। 

V/O :: প্ৰ‍াক্তন মন্ত্ৰী গৌতম ৰয় চাউল চোৰ। ছিদ্দিক আহমদ বিড়ী চোৰ। দুই প্ৰাক্তন মন্ত্ৰীৰ নামত আছে অস্যংখ কেলেঙ্কাৰী, চুৰি আৰু হত্যাৰ গোচৰ। এই মন্তব্য হাইলাকান্দিৰ AIUDF বিধায়ক আনোয়াৰ হুচেইন লস্কৰৰ। প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ নামত তীব্ৰ বাক্যবান প্ৰয়োগ কৰি ছিদ্দিক আৰু গৌতম ৰয়ে বিজেপিক সহায় কৰাৰ কাম কৰিআছে বুলিও মন্তব্য কৰে। প্ৰাক্তন বিধায়ক আব্দুল মুক্তাদিৰ চৌধুৰীৰ ঘৰত কাম কৰি অবশেষত এই পৰ্যায়ত আহিছে ছিদ্দিক আহমদ। লগতে, কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসে ৫০ হাজাৰ টকাৰ বিনিময়ত অনুসূচীত জাতিৰ প্ৰমানপত্ৰ লাভ কৰিছে বুলিও মন্তব্য কৰে বিধায়ল লস্কৰে। 

byte :: Anwar Hussain Laskar, MLA

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.