ETV Bharat / state

হাইলাকান্দিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - hailakandi

মমবাটি জ্বলাই কৰিলে তীব্ৰ প্ৰতিবাদ হাইলাকান্দিৰ এছ এছ কলেজৰ ছাত্ৰ ছাত্ৰীৰ ৷ দিলে শিক্ষামন্ত্ৰী হায় হায় ধ্বনি ৷

মাছুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ আমৰণ অনশন
author img

By

Published : Aug 1, 2019, 2:49 PM IST

হাইলাকান্দি, 1 আগষ্ট :

  • হাইলাকান্দিৰ এছ এছ কলেজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
  • মাছুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ আমৰণ অনশন
  • মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া হ’ব বুলি চৰকাৰে দিছিল প্ৰতিশ্ৰুতি
  • এছ এছ কলেজ যোৱা বাৰতকৈও বেছি এইবাৰৰ নাম-ভৰ্তি মাছুল
  • দাবী মানি নললে পুনৰ অনশনত বঢ়াৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ
    হাইলাকান্দিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

হাইলাকান্দি, 1 আগষ্ট :

  • হাইলাকান্দিৰ এছ এছ কলেজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
  • মাছুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ আমৰণ অনশন
  • মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া হ’ব বুলি চৰকাৰে দিছিল প্ৰতিশ্ৰুতি
  • এছ এছ কলেজ যোৱা বাৰতকৈও বেছি এইবাৰৰ নাম-ভৰ্তি মাছুল
  • দাবী মানি নললে পুনৰ অনশনত বঢ়াৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ
    হাইলাকান্দিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
Intro:Slug:-মোমবাতি জলায় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ।


Body:O/C:-এফালে যদি শিক্ষক শিক্ষয়ীত্ৰিৰ প্ৰতিবাদ আৰু আনফালে ছাত্ৰ ছাত্ৰীৰ সকলৰ প্ৰতিবাদ।কিন্তু কিয় মোমবাতি জলায় প্ৰতিবাদ কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে।কোন হৈ তোওলোক।তোওলোক হৈছে হাইলাকান্দি এস এস কলেজৰ ছাত্ৰ ছাত্ৰী সকল।চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে মহাবিদ্যালয়ৰ সকলো শ্ৰেণীত ভৰ্তি বিনামূলীয়া হব কিন্তু বিনামূলীয়াত বাদেয় যোৱাবাৰতকৈ বৰাই দিছে এই বাৰৰ ভৰ্তিৰ মাছুল যাৰ বাবে কলেজত ভৰ্তিৰ পৰা বঞ্চিত হৈছে বহু কেইজন ছাত্ৰ ছাত্ৰী সকল অবশেষত উপায়হীন হৈ আমৰন অনশনত বহিছে ছাত্ৰ ছাত্ৰী সকল।অনশনত শিক্ষামন্ত্ৰী হায় হায়,কলেজ কতৃপক্ষ মুৰ্দাবাদ,জিলা প্ৰশাসন মূৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে প্ৰতিবাদকাৰি সকলে যদিহে তৌওলোকৰ এই দাবী মানি নলৈ তেনেহলে আমৰন অনশন চলি থাকিব বুলি জনায় প্ৰতিবাদকাৰিসকলে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.