ETV Bharat / state

বন্যাৰ্তৰ বাবেই প্ৰাণ ৰক্ষা বন্যপ্ৰাণীৰ - বানপানী

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বন্যপ্ৰাণীৰ জীৱন ৰক্ষাৰ বাবে ওলাই আহিছে একাংশ বন্যাৰ্ত

বন্যাৰ্তৰ বাবেই প্ৰাণ ৰক্ষা বন্যপ্ৰাণীৰ
author img

By

Published : Jul 16, 2019, 11:28 PM IST

নিউজ ডেস্ক, 16 জুলাইঃ ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বনৰীয়া জীৱ-জন্তুক ৰক্ষাৰ বাবে ওলাই আহিছে একাংশ বানাক্ৰান্ত ৷ বন্যপ্ৰাণীসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে বনকৰ্মীৰ লগতে একাংশ লোকৰ সংগ্ৰাম৷ এক প্ৰতিবেদন...

বন্যাৰ্তৰ বাবেই প্ৰাণ ৰক্ষা বন্যপ্ৰাণীৰ

নিউজ ডেস্ক, 16 জুলাইঃ ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বনৰীয়া জীৱ-জন্তুক ৰক্ষাৰ বাবে ওলাই আহিছে একাংশ বানাক্ৰান্ত ৷ বন্যপ্ৰাণীসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে বনকৰ্মীৰ লগতে একাংশ লোকৰ সংগ্ৰাম৷ এক প্ৰতিবেদন...

বন্যাৰ্তৰ বাবেই প্ৰাণ ৰক্ষা বন্যপ্ৰাণীৰ
Intro:তেজপুৰ,১৬জুলাই: ৰাজ্যৰ সৰ্বতে বান পানীৰ বিভীষিকা । তস্তমান মানৱৰ লগতে বন্য প্ৰাণী আৰু সমগ্ৰ জীৱকুলৰ ।আৰু সেই সময়তে আজি তেজপুৰ চহৰৰ কাষতে তল কলিবাৰীত ব্ৰহ্মপুত্ৰৰ উটি আহিল দুটা বনৰীয়া হাতী ।নিমিষতে হাহাকাৰ স্থানীয় লোকৰ ।


Body:ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কলিবাৰী ৰ উত্তৰ অসম আয়ুক্তৰ আৱসৰ কাষতে অৱস্থান কৰে এই দুই বনৰীয়া হাতীয়ে ।
কলিবাৰী ৰ পথৰে এখন ঘৰৰ কাষেদি উত্তৰ অসম আয়ুক্তৰ বাংলাৰ কাষতে বৰ্তমানেও অৱস্থান কৰি আছে যদিও বিয়লি বন বিভাগে আঁতৰোৱাৰ চেষ্টা চলাব পাৰে ।
চাওক আমাৰ এই প্ৰতিবেদন ।
DL ।


Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৬/৭/২৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.