ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

author img

By

Published : Oct 12, 2020, 5:36 PM IST

গোলাঘাট জিলাত এতিয়া আৰু হাতী মানুহৰ মাজত চলি থকা সংঘাত কোনো নতুন বিষয় হৈ থকা নাই ৷ নুমলীগড়ত এতিয়া প্ৰায় প্ৰতিদিনে বনৰীয়া হাতীয়ে জনাঞ্চললৈ আহি খাদ্য বিচাৰি তহিলং কৰে কৃষি ভূমিৰ লগতে শস্য ৷

Wild elephant are seen at various place in numaligarh golaghat assam etv bharat news
বন্যহস্তীৰ মুক্ত বিচৰণ

গোলাঘাট,12 অক্টোবৰ: গোলাঘাটৰ নুমলীগড়ৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে দেখা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ । অঞ্চলটোৰ ভিন্ন স্থানত হাতীৰ জাক এটাই প্ৰৱেশ কৰি বিনষ্ট কৰিছে পথাৰৰ শস্য ৷ স্থানীয় ৰাইজে হাতী খেদিবলৈ কৰা সকলো চেষ্টা ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ নুমলীগড়ৰ 2 নং বুঢ়াগোঁহাইখাটত বৰ্তমান এই দৃশ্য সুলভ হৈ পৰিছে । বৃহৎ হাতীৰ জাকটোৰ মাজত থকা পোৱালী হাতীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে একাংশই আকৌ হাতীৰ জাকটো খেদিবলৈ তৎপৰ হৈ উঠিছে ৷

লগতে চাওকঃ নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.