ETV Bharat / state

উপ নিৰ্বাচনৰ ফলাফলে ঘূৰাইছে ৰাজনীতিৰ চকৰি... - বোকাখাত

ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলৰ পাছতে দলৰ প্ৰতি আস্থা হেৰুৱাই অগপ দললৈ ঢাপলি মেলিলে বোকাখাত বিধানসভা সমষ্টিৰ ৰজাবাৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মামনি গাজলুৱে । ৰাজ্যিক মন্ত্ৰী তথা অগপ নেতা অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ অগপ দলত যোগদান কৰে সভানেত্ৰী গাজলুৱে ৷

village-panchayat-leader-quits-party
উপনিৰ্বাচনৰ ফলাফলে ঘুৰাইছে ৰাজনীতিৰ চকৰি...
author img

By

Published : Nov 11, 2021, 1:53 PM IST

বোকাখাত, 11 নৱেম্বৰ : উপ নিৰ্বাচনৰ ফলাফলে ঘূৰাইছে ৰাজনীতিৰ চকৰি ৷ ফলাফল ঘোষণাৰ পাছতে সলনি হৈছে কিছুমান ৰাজনৈতিক দলৰ ৰূপ ৷ সলনি হৈছে ৰাজনৈতিক নেতা-নেত্ৰীৰ মন ৷ যাৰ ফলত নিজ দলৰ প্ৰতি আস্থা হেৰুৱাই সলনি কৰিছে দল ৷

এইবাৰ পঞ্চায়ত সভানেত্ৰীয়ে সলালে দল ৷ ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলৰ পাছতে নিজ দলৰ প্ৰতি আস্থা হেৰুৱাই অগপ দললৈ ঢাপলি মেলিলে বোকাখাত বিধানসভা সমষ্টিৰ ৰজাবাৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মামনি গাজলুৱে । বুধবাৰে ৰাজ্যিক মন্ত্ৰী তথা অগপ নেতা অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ অগপত যোগদান কৰে সভানেত্ৰী গাজলুৱে ৷

কংগ্ৰেছ নেত্ৰীৰ দলত্যাগ

নতুন চৰকাৰৰ উন্নয়নমুখী আঁচনিৰ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ বোকাখাত ৰজাবাৰি পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে স্থানীয় বিধায়কৰ ওচৰত কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰে । নিজ পঞ্চায়তৰ লগতে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ দল ত্যাগ কৰে বুলি প্ৰকাশ কৰে দলত্যাগী সভানেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.