ETV Bharat / state

গোলাঘাটৰ মইনাপাৰাত সন্দেহজনক দুই গাড়ী চোৰ আটক - Two Suspected Car Lifter Arrested in Golaghat

গোলাঘাট জিলাৰ মইনাপাৰাত সোমবাৰে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী লোকক ৷ গুদু দাস আৰু আকাশ দাস নামৰ লোকদুজনৰ পৰা এখন আই টেন আৰু এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷

Two Suspected Car Lifter Arrested in Golaghat
গোলাঘাটৰ মইনাপাৰাত সন্দেহজনক দুই গাড়ী চোৰ আটক
author img

By

Published : Feb 11, 2020, 2:07 PM IST

গোলাঘাট, 11 ফেব্ৰুৱাৰীঃ গোলাঘাটৰ মইনাপাৰাত আৰক্ষীয়ে অভিযান চলাই দুখনকৈ বাহনসহ গ্ৰেপ্তাৰ কৰে দুজন লোকক ৷ স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী লোকক ৷ মইনাপাৰাৰ জমিৰ আলীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দুই যুৱক ৷ আৰক্ষীৰ আগত দুয়ো নিজকে গুদু দাস আৰু আকাশ দাস বুলি চিনাকী দিয়ে ৷ আৰক্ষীয়ে দুয়োৰে পৰা AS 01 AM 3081 নম্বৰত পঞ্জীয়নভুক্ত এখন i10 গাড়ী আৰু AS 03 Q 8927 নম্বৰত পঞ্জীয়নভুক্ত এখন পালচাৰ বাইক জব্দ কৰে ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী লোক সন্দেহজনক কাৰ্যকলাপত লিপ্ত আৰু তেওঁলোকৰ ওচৰত থকা দুয়োখন গাড়ীয়ে সন্দেহজনক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Intro:গোলাঘাটৰ মইনাপাৰাত নিশা আৰক্ষীৰ অভিযান। সন্দেহজনক দুই গাড়ী চুৰক আটক আৰক্ষীৰ। আটকাধীন সন্দেহজনক যুৱক দুজনৰ পৰা এখন i10 গাড়ী আৰু এখন পালচাৰ বাইক উদ্ধাৰ।

Body:গোলাঘাটৰ মইনাপাৰাত নিশা আৰক্ষীৰ অভিযান। সন্দেহজনক দুই গাড়ী চুৰক আটক আৰক্ষীৰ। আটকাধীন সন্দেহজনক যুৱক দুজনে নিজকে গুদু দাস আৰু আকাশ দাস বুলি পৰিচয় দিয়ে। মইনাপাৰাত জমিৰ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল যুৱক দুজন। স্থানীয় ৰাইজে সন্দেহৱশত আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে As...01 AM...3081 নম্বৰৰ i10 গাড়ী আৰু AS..03 Q..8927 নম্বৰৰ পালচাৰ বাইক সহ দুয়োকে আটক কৰে। ঘটনা সন্দেৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Conclusion:byte: 1 স্থানীয় লোক
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv bharat অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.