ETV Bharat / state

ডিঙিত লিচুৰ গুটি লাগি মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ

author img

By

Published : May 31, 2020, 7:51 AM IST

ডিঙিত লিচুৰ গুটি লাগি মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ ৷ গোলাঘাটৰ বালিজানত সংঘটিত এই মৰ্মান্তিক ঘটনা ৷

গোলাঘাটৰ বালিজানত সংঘটিত এই মৰ্মান্তিক ঘটনা
ডিঙিত লিচুৰ গুটি লাগি মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ

গোলাঘাট, 31 মে': গোলাঘাটৰ বালিজানত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । লিচু খাওঁতে ডিঙিত গুটি লাগি প্ৰাণ হেৰুৱাইছে এটি আঢ়ৈবছৰীয়া শিশুয়ে । মৃত শিশুটিৰ নাম ৰিতুপৰ্ন বৰা ।

আইতাকৰ লগত লিচু খাই থকা অৱস্থাত হঠাৎ গুটি ডিঙিত লাগি উশাহ বন্ধ হৈ পৰে শিশুটিৰ ৷ মৃত শিশুটি গোলাঘাট বালিজানৰ জিন্টু বৰাৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷

গোলাঘাটৰ বালিজান
লিচুৰ গুটি লাগি মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.