গোলাঘাট,৩ জুনঃ দিনকদিনে যেন মন্দিৰ-নামঘৰসমূহ চোৰৰ টাৰ্গেট হৈ আহিছে । নামঘৰৰ টিনপাত উঠাই এইবাৰ চোৰ সোমাল গোলাঘাটৰ বেঙেনাখোৱা বৰনামঘৰত । দেওবাৰে নিশা গোলাঘাট বেঙেনাখোৱা বৰনামঘৰত চোৰে নামঘৰৰ কাঁহৰ পাত্ৰ আৰু দানপাত্ৰৰ তলা ভাঙি লুটি নিলে জমা ধন । নিশা নামঘৰত ভাওনাৰ আখৰা সমাপ্ত কৰি স্থানীয় ৰাইজ ঘৰাঘৰি যোৱাৰ পিছতেই উক্ত চুৰিকাণ্ডটো সংঘটিত হয় ।
বেঙেনাখোৱা নামঘৰত চুৰিকাণ্ড
গোলাঘাটৰ বেঙেনাখোৱা বৰনামঘৰত নিশা চোৰে চলালে লুটপাত । দানপাত্ৰৰ তলা ভাঙি লুটি নিলে জমা ধন ।
গোলাঘাটৰ নামঘৰত চুৰিকাণ্ড !
গোলাঘাট,৩ জুনঃ দিনকদিনে যেন মন্দিৰ-নামঘৰসমূহ চোৰৰ টাৰ্গেট হৈ আহিছে । নামঘৰৰ টিনপাত উঠাই এইবাৰ চোৰ সোমাল গোলাঘাটৰ বেঙেনাখোৱা বৰনামঘৰত । দেওবাৰে নিশা গোলাঘাট বেঙেনাখোৱা বৰনামঘৰত চোৰে নামঘৰৰ কাঁহৰ পাত্ৰ আৰু দানপাত্ৰৰ তলা ভাঙি লুটি নিলে জমা ধন । নিশা নামঘৰত ভাওনাৰ আখৰা সমাপ্ত কৰি স্থানীয় ৰাইজ ঘৰাঘৰি যোৱাৰ পিছতেই উক্ত চুৰিকাণ্ডটো সংঘটিত হয় ।
Golaghat 03.06.2019
as_glt_thief_vis_byte_7205572
O.C. : গোলাঘাটৰ নামঘৰত চুৰিকাণ্ড। গোলাঘাট বেঙেনাখোৱা বৰনামঘৰত নিশা চোৰৰ লুটপাত। নামঘৰৰ কাঁহৰ পাত্ৰ আৰু দানপাত্ৰৰ ধন লুটি নিলে চোৰে। নামঘৰৰ টিনপাত উঠাই আৰু দানপাত্ৰৰ তলা ভাঙি চোৰৰ লুটপাত। নিশা নামঘৰত ভাওনাৰ আখৰা সমাপ্ত কৰি ঘৰলৈ যোৱাৰ পিছতেই চোৰৰ এই লুটপাত।
Byte 1: ভক্ত।
Byte 2: ভক্ত।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Feed send by ftp.