ETV Bharat / state

খুমটাই আৰক্ষী চকীৰ উদ্যোগত স্বচ্ছ অভিযান

এইবাৰ এক ব্যতিক্ৰমী ৰূপত খুমটাই আৰক্ষী প্ৰশাসন৷ বন্দুকৰ সলনি হাতত তুলি ল’লে ঝাড়ু ৷

author img

By

Published : Aug 26, 2019, 3:01 PM IST

খুমটাই আৰক্ষী চকীৰ উদ্যোগত স্বচ্ছ অভিযান

কমাৰগাওঁ, 26 আগষ্টঃ হাতত বন্দুক লৈ পুলিচ প্ৰশাসনে জনতাক সুৰক্ষা প্ৰদান কৰি অহা আমি সকলোৱে দেখি আহিছো৷ কিন্তু এইবাৰ এক ব্যতিক্ৰমী ৰূপত প্ৰশাসন৷ বন্দুকৰ সলনি হাতত তুলি ল’লে ঝাড়ু৷

কমাৰগাওঁ ,খুমটাই আৰক্ষী চকীৰ উদ্যোগত গাওঁৰক্ষী বাহিনী,দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কায্যৰ্সূচিৰে পালন কৰে স্বচ্ছ অভিযান৷ খুমটাইৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, থানা চৌহদৰ লগতে ঐতিহাসিক ধোদৰ আলিৰ খুমটাই চাৰিয়ালিৰ পৰা স্বহীদ জিন্তূ গগৈৰ সমাধি ক্ষেএলৈ ৰূপায়ন কৰা হয় এই চাফাই অভিযান৷ এই কায্যৰ্সূচি ত অংশগ্ৰহণ কৰে কমাৰগাওঁ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ,খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু খুমটাই জিলাপৰিষদৰ সদস্য মুনিন্দ্ৰ মোহন গগৈয়ে৷ এই চাফাই অভিযানৰ জৰিয়তে সমগ্ৰ অঞ্চল বাসীৰ মাজত স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা অনাৰ লগতে প্লাষ্টিক বৰ্জনৰ বাবেও আহ্বান জনায় বিষয়া কেইগৰাকীয়ে৷ চফাই অভিয়ানৰ লগতে খুমটাই আৰক্ষী চকীৰ চাৰিওকাষে বিভিন্ন গছপুলিও ৰোপন কৰা হয়৷

Intro:কমাৰগাওঁ ,খুমটাই আৰক্ষী চকীৰ উদ্যোৰ্গত গাওঁৰক্ষি বাহিনী,দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কায্যৰ্সূচিৰে পালন কৰে স্বচ্ছ অভিযান।Body:হাতত বন্দুক লৈ পুলিচ প্ৰসাসনে জনতাক সুৰক্ষা প্ৰদান কৰি অহা আমি সকলোৱে দেখি আহিছো কিন্তু তাৰ বিপৰীত ছবি আজি কমাৰগাওঁ আৰু খুমটাই আৰক্ষী চকীৰ আৰক্ষী লোকসকলৰ।হাতত ঝাৰূ লৈ খুমটাইৰ বিভিন্ন দল সংগঠন ,গাওঁ ৰক্ষি বাহিনী, আৰু আৰক্ষী লোকসকলে খুমটাইৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, থানা চৌহদৰ লগতে ঐতিহাসিক ধোদৰ আলিৰ খুমটাই চাৰিয়ালিৰ পৰা স্বহীদ জিন্তূ গগৈৰ সমাধি ক্ষেএলৈ এক চাফাই অভিযান কায্যৰ্সূচি ৰূপায়ন কৰে।এই কায্যৰ্সূচি ত অংশগ্ৰহণ কৰে কমাৰগাওঁ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ,খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু খুমটাই জিলাপৰিষদৰ সদস্য মুনিন্দ্ৰ মোহন গগৈয়ে। এই চাফাই অভিযানৰ জৰিয়তে সমগ্র অঞ্চল বাসীক স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা অনাৰ লগতে প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনায় বিষয়া কেইগৰাকীয়ে।চফাই অভিয়ানৰ লগতে খুমটাই আৰক্ষী চকীৰ চাৰিওকাষে বিভিন্ন গছপুলি ৰূপন কৰে।Conclusion:Byte. 1/ কমাৰগাওঁ আৰক্ষী বিষয়া।
2/ খুমটাই জিলাপৰিষদৰ সদস্য।

খুমটাইৰ পৰা দিপক হাজৰিকা।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.