ETV Bharat / state

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন - SRIMANTA SHANKARDEV SANGHA'S 89TH SESSION

আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰ ৷ পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশনৰ প্ৰথমটো দিন ৷

SRIMANTA SHANKARDEV SANGHA'S 89TH  SESSION
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন
author img

By

Published : Feb 5, 2020, 2:00 PM IST

গোলাঘাট,৫ফেব্ৰুৱাৰীঃ উখল-মাখল কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰ ৷ আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ৷ পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমনিকা ৷ পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, ৫-৩০ বজাত প্ৰাত:প্ৰসঙ্গ, ৮ বজাত বৃক্ষৰোপণ, ৮-৩০ বজাত নাম প্ৰসঙ্গ আৰু ৯-৩০ বজাত পৰামনন্দ আতৈ সোঁৱৰণী মূল তোৰণ উন্মোচন কৰা হয় । এই তোৰণখন উন্মোচন কৰে বোকাখাটৰ প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাই । ইয়াৰ পিছতেই অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আদৰিবলৈ মূল তোৰণৰ সন্মুখৰ পথৰ দুয়ো কাষে হৰিনাম জয়ধ্বনি দিয়ে আই বাপ সকলে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

লগতে পঢ়কঃগুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাৱৰ্তনৰ ব্যাপক প্ৰস্তুতি

Intro:আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাট অধিৱেশন। পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় অধিৱেশনৰ প্ৰথম দিম।

Body:আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাট অধিৱেশন। পুৱা ৫ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় অধিৱেশনৰ প্ৰথম দিম। পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, ৫-৩০ বজাত প্ৰাত: প্ৰসঙ্গ, ৮ বজাত বৃক্ষৰোপণ, ৮-৩০ বজাত নাম প্ৰসঙ্গ আৰু ৯-৩০ বজাত পৰামনন্দ আতৈ সোঁৱৰণী মূল তোৰণ উন্মোচন হয়। উন্মোচন কৰে বোকাখাটৰ প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাই। ইয়াৰ পিছতেই অধিৱেশন লৈ অহা ভকত বৈষ্ণৱক আদৰিবলৈ মূল তোৰণৰ সন্মুখৰ পথৰ দুয়ো কাষে হৰিনাম জয়ধ্বনি দিয়ে আই বাপ সকলে।

Conclusion:Deferred Live
Byte 1: পৱিত্ৰ প্ৰাণ বৰা, সমন্বক, শ্ৰীমন্ত শংকৰদেৱ সংঘ।
Byte 2: নগেন্দ্ৰ নাথ বৰুৱা, মূল তোৰণ উন্মোচক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.