ETV Bharat / state

বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণঃ প্ৰতিবাদত উত্তাল মিছামৰা চাহ বাগিচা - MISAMORA SAH BAGISA

শনিবাৰে দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মিছামৰা চাহ বাগিচাৰ নানকু আলি নামৰ যুৱকজনে ধৰ্ষণ কৰিছিল প্ৰায় 90 শতাংশ শাৰিৰীক ভাৱে অসক্ষম এগৰাকী কিশোৰীক ।

দেৰগাঁৱৰ মিছামৰা চাহ বাগিচাত এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীক ধৰ্ষণ
author img

By

Published : Jun 2, 2019, 1:49 PM IST

দেৰগাঁৱ, 2 জুন : গোলাঘাটৰ মিছামৰা চাহ বাগিচাত ১২ বছৰীয়া এগৰাকী শাৰিৰীক ভাৱে বিশেষ সক্ষম কিশোৰী কামনাৰ বলি হ'ল এটা লম্পটৰ । শনিবাৰে দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মিছামৰা চাহ বাগিচাৰ নানকু আলি নামৰ লম্পটটোৱে ধৰ্ষণ কৰিছিল প্ৰায় 90 শতাংশ শাৰিৰীক ভাৱে অসক্ষম এগৰাকী কিশোৰীক । খোজকাঢ়িব নোৱাৰা, মুখেৰে মাতিব নোৱাৰা আৰু প্ৰতিটো কামতে আনৰ সহায়ৰ প্ৰয়োজন হোৱা কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে নানকু আলিয়ে । আৰক্ষীয়ে অভিযোগৰ ভিত্তিত নানকু আলিক গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰাৰ বাবেই উত্তেজিত হৈ পৰে শ্ৰমিক সকল ।

দেৰগাঁৱৰ মিছামৰা চাহ বাগিচাত এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

লগতে পঢ়ক: কাকপথাৰত শামুক বিচাৰি গৈ মৃত্যু যুৱকৰ

দেৰগাঁও আৰক্ষীয়ে লম্পট নানকু আলিক গ্ৰেপ্তাৰ কৰিব নোৱাৰি আটক কৰিছিল তেওঁৰ পিতৃক । পিছত ধৰ্ষণত অভিযুক্ত নানকু আলিক নিশাই গ্ৰেপ্তাৰ কৰাৰ পিছতহে শান্ত হয় পৰিস্থিতি । নানকু আলিক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী ৰাইজৰ ।

Golaghat 02.06.2019
slug : as_glt_night tense_vis_byte_7205572
O.C. : দেৰগাঁৱৰ মিছামৰা চাহ বাগিচাত নিশা উত্তপ্ত পৰিস্থিতি। এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীক এটা লম্পতে ধৰ্ষণ কৰাৰ পিছত গ্ৰেপ্তাৰ নকৰাত প্ৰতিবাদ। নিশাই কেইবা শতাধিক শ্ৰমিকৰ প্ৰতিবাদ। আৰক্ষীৰ গাড়ী আগচি ধৰি ঘেৰাও কৰি প্ৰতিবাদ। দেৰগাঁও আৰক্ষী গ বেক, দেৰগাঁও আৰক্ষী মুদ্ৰাবাদ আদি শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ। ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ পিছত দণ্ডাদীশ আৰু আৰক্ষীৰ উচ্চ পদস্থ দল উপস্থিত।
V.O. : গোলাঘাটৰ মিছামৰা চাহ বাগিচাত ১২ বছৰীয়া এগৰাকী শাৰিৰীক ভাৱে বিশেষ সক্ষম কিশোৰী কামনাৰ বলি হ'ল এটা লম্পটৰ। শনিবাৰে দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মিছামৰা চাহ বাগিচাৰ নানকু আলি নামৰ এই লম্পটটোৱে ধৰ্ষণ কৰিছিল প্ৰায় 90 শতাংশ শাৰিৰীক ভাৱে সক্ষম এগৰাকী কিশোৰীক। খোজকাঢ়িব নোৱাৰা, মুখেৰে মাতিব নোৱাৰা আৰু প্ৰতিটো কামতে আনৰ সহায়ৰ প্ৰয়োজন হোৱা কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে নানকু আলিয়ে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত নানকু আলিক গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰাৰ বাবেই উত্তেজিত হৈ পৰে শ্ৰমিক সকল। দেৰগাঁও আৰক্ষীয়ে লম্পট নানকু আলিক গ্ৰেপ্তাৰ কৰিব নোৱাৰি আটক কৰিছিল তেওঁৰ পিতৃক। পিছত ধৰ্ষণত অভিযুক্ত নানকু আলিক নিশাই গ্ৰেপ্তাৰ কৰাৰ পিছতহে শান্ত হয় পৰিস্থিতি। নানকু আলিক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী ৰাইজৰ।
Byte 1: স্থানীয় ব্যক্তি।
Byte 2: ছাত্ৰ নেতা।
Byte 3: দণ্ডাধীশ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
বি:দ্ৰ: -- এই ফটো খন নানকু আলিৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.