ETV Bharat / state

গোলাঘাটত গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ কিয় ?

author img

By

Published : May 16, 2019, 2:07 PM IST

গোলাঘাটত একাংশ তথাকথিত সম্ভ্ৰান্ত লোকৰ ছত্ৰ-ছায়াতেই চলি আছে অবৈধ বিভিন্ন চোৰাং বেহাৰ লগতে নদীত বিহ ঢালি মাছ নিধন কৰা কাৰ্য ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন সদৌ অসম দুৰ্নীতি নিবাৰক আৰু প্ৰকৃতি সুৰক্ষা সমিতিৰ ৷

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ গোলাঘাটত, কিন্তু কিয় ?

গোলাঘাট, 16 মে’: গোলাঘাট নগৰৰ মাজমজিয়াতস্থিত ৰ'দালী পইণ্টৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত সদৌ অসম দুৰ্নীতি নিবাৰক আৰু প্ৰকৃতি সুৰক্ষা সমিতিৰ। অবৈধভাৱে চলি থকা চোৰাং বেহা আৰু নদীত বিহ ঢালি মাছ নিধন কৰা কাৰ্য বন্ধ কৰাৰ দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সমিতিয়ে ৷ গোলাঘাটত মদ, ভাং, ড্ৰাগছ, লালীগুৰ আদি অবৈধ কাৰ্যকলাপৰ লগতে ধনশিৰি আৰু দৈয়াং নদীত বিহ ঢালি মাছ নিধন কৰা কাৰ্য বন্ধৰ দাবীত বৃহস্পতিবাৰে এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

গোলাঘাটত সদৌ অসম দুৰ্নীতি নিবাৰক আৰু প্ৰকৃতি সুৰক্ষা সমিতিৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়নি প্ৰদান কৰি অতি শীঘ্ৰে চৰকাৰে অবৈধ বেহা বন্ধ নকৰে তেনেহ'লে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম দুৰ্নীতি নিবাৰক আৰু প্ৰকৃতি সুৰক্ষা সমিতিটোৱে ৷

Golaghat 16.05.2019
slug : as_glt_protest_vis_byte_7205572
O.C. গোলাঘাটত গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ। অবৈধ ভাৱে চলি থকা চোৰাং বেহা আৰু নদীত বিহ ঢালি মাছ নিধন কৰা বন্ধ কৰাৰ দাবীত প্ৰতিবাদ। সদৌ অসম দুৰ্নীতি নিবাৰক আৰু প্ৰকৃতি সুৰক্ষা সমিতিৰ অভিযোগ গোলাঘাট সম্ভাব্য লোকৰ  ছত্ৰ ছায়াতেই চলি আছে এই অবৈধ বেহা।
V.O. :  বৃহস্পতিবাৰে গোলাঘাট নগৰৰ মাজমজিয়াত স্থিত ৰদালী পইণ্টৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত সদৌ অসম দুৰ্নীতি নিবাৰক শাখা সমিতি আৰু প্ৰকৃতি সুৰক্ষা সমিতিয়ে গোলাঘাটত চলি থকা অবৈধ বেহা সমূহ বন্ধ কৰা দাবীত দুই ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে। গোলাঘাটত বৃহৎ ৰূপ ধাৰণ মদ, ভাং, ড্ৰাগচ, লালী গুৰ, ধনশিৰি আৰু দৈয়াং নদীত বিহ ঢালি মাছ নিধন কৰা বন্ধৰ দাবীত বৃহস্পতিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকীয়নী প্ৰদান কৰি এই বুলি মন্তব্য কৰে যদিহে অতি শীঘ্ৰে চৰকাৰে দাবী সমূহ মানি নলয় আৰু এই অবৈধ বেহা সমূহ বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব।
Byte 1: নেতা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.