গোলাঘাট,15 মাৰ্চ :অসমৰ অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত অৱস্থান ধৰ্মঘট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ৷ অনুসূচীত জাতিক স্বায়ত্ব শাসন ব্যৱস্থালৈ অনাৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে৷ দীৰ্ঘদিন ধৰি চৰকাৰে কথাৰ চলনা মাৰি অনুসূচিত জাতিক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে৷ এই প্ৰৱঞ্চনা কোনোপধ্যেই সহ্য নকৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে
স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - গোলাঘাট প্ৰতিবাদ
চৰকাৰৰ প্ৰৱঞ্চনা কোনোপধ্যেই সহ্য নকৰে বুলি হুংকাৰ ছাত্ৰ সংগঠনটোৰ৷
![স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2698649-429-f39a0273-2568-46ff-95de-575fdc55cd07.jpg?imwidth=3840)
etv bharat
গোলাঘাট,15 মাৰ্চ :অসমৰ অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত অৱস্থান ধৰ্মঘট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ৷ অনুসূচীত জাতিক স্বায়ত্ব শাসন ব্যৱস্থালৈ অনাৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে৷ দীৰ্ঘদিন ধৰি চৰকাৰে কথাৰ চলনা মাৰি অনুসূচিত জাতিক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে৷ এই প্ৰৱঞ্চনা কোনোপধ্যেই সহ্য নকৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে
protest
protest
Intro:গোলাঘাটত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰত্যেক খন চৰকাৰে অসমৰ অনুসূচিত জাতিৰ লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ সংগঠনটোৰ।
Body:Byte 1: নেতা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ।
Conclusion: