ETV Bharat / state

গোলাঘাটত জকমকাই ফুলিছে সূৰ্যমুখী ফুল - সূৰ্য্যমুখী ফুল

গোলাঘাটৰ নৈ পৰীয়া মাটিত ফুলিছে ২ জন ব্যক্তিৰ সপোন ৷ কৃষি বিভাগৰ তত্বাৱধানত ১৫ বিঘা মাটিত এতিয়া একেলগে ফুলিছে সূৰ্য্যমুখী ফুল ৷ এই সূৰুযমুখীৰ হালধীয়া হাঁহিত এতিয়া উন্মনা হৈ পৰিছে অঞ্চলটোৰ পৰিৱেশ ৷

গোলাঘাটত ফুলৰ খেতিৰে স্বাৱলম্বী 2 জন লোক
author img

By

Published : Apr 24, 2019, 2:29 PM IST

গোলাঘাট,24এপ্ৰিলঃ গোলাঘাটৰ জামুগুৰিৰ স্বহীদ কুশল কোঁৱৰ সেঁতুৰ কাষত দেখিবলৈ পোৱা গৈছে এক মনোমোহা দৃশ্য ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰীয়েও এখন্তেক ৰৈ তুলিছে ফটো। কোনোবাই যদি কেমেৰাত বন্দী কৰিছে এই মনোমোহা দৃশ্য আন কোনোবাই ব্যস্ত হৈছে চেল্ফি উঠাত । যি দৃশ্যই আকৰ্ষণ কৰিছে প্ৰতিজন বাটৰুৱাক ৷ এই আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে এখন সূৰ্য্যমুখী ফুলৰ উদ্যান ৷ জামুগুৰিৰ বিতুপন শইকীয়া নামৰ এজন ব্যক্তিৰ সহযোগত আৰু ২ জন ব্যক্তিয়ে লগ হৈ কুশল কোঁৱৰ সেঁতুৰ কাষৰ দৈয়াং নৈৰ পাৰৰ প্ৰায় ১৫ বিঘা মাটিত খেতি কৰিছে সূৰ্য্যমুখী ফুলৰ ৷ গোলাঘাট কৃষি বিভাগৰ নিৰ্দেশ মৰ্মে সূৰ্য্যমুখী ফুলৰ গুটি সিচি ১৫ বিঘা মাটিত এই দুয়োজন লোকে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ এক সপোন ৰচিছে ৷

Intro:গোলাঘাট জিলাৰ জামুগুৰিৰ স্বহীদ কুশল কোঁৱৰ সেতুৰ কাষত দেখিবলৈ পোৱা গৈছে এক মনোমোহা দৃশ্য ৷ সকলোৱেই ৰৈ কেৱল মাৰিছে ফটো । কোনোবাই যদি কেমেৰাত বন্দি কৰিছে এই মনোমোহা দৃশ্য আন কোনোবাই ব্যস্ত হৈছে চেলফি উঠাত । যি দৃশ্যই আকৰ্ষন কৰিছে প্ৰতিজন বাটৰুৱাক ৷ এই আকৰ্ষনৰ কেন্দ্ৰবৃন্দু হৈছে এখন সূৰ্য্যমুখী ফুলৰ উদ্যান ৷ ৷
Body:জামুগুৰিৰ বিতুপন শইকীয়া নামৰ এজন ব্যক্তিৰ সহযোগত আৰু ২ জন ব্যক্তিয়ে কুশল কোঁৱৰ সেতুৰ কাষৰ দৈযাং নদীৰ পাৰৰ প্ৰায় ১৫ বিঘা মাটিত খেতি কৰিছে সূৰ্য্যমুখী ফুল ( Sun flower)ৰ ৷ এই ১৫ বিঘা মাটিত এতিয়া একেলগে ফুলিছে সূৰ্য্যমুখী ফুল ৷ এই সূৰুযমুখীৰ হালধীয়া হাঁহিত এতিয়া উন্মনা হৈ পৰিছে অঞ্চলটোৰ পৰিৱেশ ৷Conclusion:BYTE :- 1 খেতিয়ক
BYTE :-2 খেতিয়ক
BYTE :-3 PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.