গোলাঘাট,18মেঃ বিশেষ ৰেলযোগে চেন্নাইৰ পৰা আহি গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উপস্থিত বহিঃৰাজ্যত কৰ্মৰত ৩৬ জন লোক ৷ সকলোকে স্বাস্থ্য পৰীক্ষা কৰি উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি কৰোবা হয় ৷
উৰিয়ামঘাটত উপস্থিত হোবাৰ লগে লগে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলীনা তিৰ্কী আৰু জিলা উপাযুক্তসহ ধনশিৰি মহকুমা প্ৰশাসন ৷
![SARUPATHAR, BORDER QUERNTAIN CENTER](https://etvbharatimages.akamaized.net/etvbharat/prod-images/sarupatharborderquerntaincenter_17052020202550_1705f_1589727350_1030.png)
লগতে পঢ়কঃ লক ডাউনৰ বাবে মহাসংকটত মাজুলীৰ মৃৎশিল্পীঃ চৰকাৰলৈ সহায় ভিক্ষা