ETV Bharat / state

দেৰগাঁৱত ডকাইতি,একেদিনাই জাল নোটসহ আটক 3 প্ৰৱঞ্চক

বৃহস্পতিবাৰে দেৰগাঁৱত সংঘটিত দুটাকৈ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ দেৰগাঁও এপেক্স বেংকৰ সন্মুখত ডকাইতি ঘটনাৰ বিপৰীতে জাল নোটসহ আটক কৰে 3 প্ৰৱঞ্চকক ৷

author img

By

Published : Feb 13, 2020, 10:44 PM IST

গোলাঘাট
দেৰগাঁৱত ডকাইতি, একেদিনাই জাল নোট সহ আটক 3 প্ৰবঞ্চক

গোলাঘাট, 13 ফেব্ৰুৱাৰীঃ দেৰগাঁৱত দিন দুপৰতে ডকাইতি ৷ দেৰগাঁও এপেক্স বেংকৰ সন্মুখত ডকাইতি ঘটনা সংগঠিত হৈছে । AS-OG-3988 নম্বৰৰ স্কুটিৰ ডিকি ভাঙি ডকাইতে লুটিলে নগত ২০ হাজাৰ টকা সহ ৫০ হাজাৰ টকাৰ চেক,এপেক্স বেংকৰ ৪ খন পাচবুক আৰু ২ টা এ.টি.এম কাৰ্ড । ৱাচিদুৰ ৰহমান নামৰ ব্যক্তি জনৰ আছিল এই ধন । ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।

দেৰগাঁৱত ডকাইতি

আনহাতে,দেৰগাঁৱত জাল নোটসহ আটক 3 প্ৰৱঞ্চক ৷ আটকধীন প্ৰৱঞ্চক কেই গৰাকী ক্ৰমে প্ৰইজাজুল হুছেইন,গজেন্দ্ৰ ৰাজখোৱা,ৰাজু আলি ৷ ৰাজু আলিৰ স্কুটিৰ পৰা ৪৫ হাজাৰ টকা আৰু ইজাজুল হুছেইনৰ ঘৰৰ পৰা ৫০ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰে। টকা খিনি জাল নোট বুলি সন্দেহ কৰিছে দেৰগাঁও আৰক্ষীয়ে ।

জাল নোট সহ আটক 3 প্ৰবঞ্চক

আৰু পঢ়কঃ খিলঞ্জীয়া মুছলমানৰ জৰীপে সমাধান কৰিব মুছলমানৰ সমস্যা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.