ETV Bharat / state

খুমটাইত পথ দুৰ্ঘটনাত আহত 4

দুৰ্ঘটনাটোত বাহনখনত থকা এগৰাকী মহিলাকে ধৰি চাৰি গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত আহত লোককেইজনক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 05 L 5920 ৷

খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : May 7, 2019, 1:23 PM IST

খুমটাই , 07 মে' : গোলাঘাাট জিলাৰ খুমটাইৰ ডেকা দোলাকাষৰিয়াত মঙলবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Intro:খুমটাইৰ ডেকা দোলাকাষৰিয়াত আজি পুৱা৮মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।জানিব পৰা মতে গুৱাহাটীৰ পৰা এগৰাকী মহিলাক চিকিৎসা কৰি ঘৰৰ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাতো।

Body:দুৰ্ঘটনা সংঘটিত কৰা ইয়ন বাহনখনৰ নম্বৰ As05L5920 । চালক গৰাকীয়ে নিছাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাতো হৈছে বুলি স্থানীয় ৰাইজে জনাই। এই বাহনখনত এগৰাকী মহিলাকে ধৰি চাৰি গৰাকীকেই সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ পেৰন কৰে।Conclusion:Byte-. স্থানীয় ব্যক্তি।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.