ETV Bharat / state

সাংবাদিকক সামগ্ৰী বিতৰণ ফাৰ্ম টু ফাউণ্ডেচন আৰু গুঞ্জ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ

author img

By

Published : May 16, 2020, 1:45 PM IST

Updated : May 17, 2020, 12:49 PM IST

গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ 'ফাৰ্ম টু ফাউণ্ডেচন আৰু গুঞ্জ' নামৰ এই সংস্থা দুয়োটাই লক ডাউনৰ সময়ছোৱাত ভয়াৱহতাকো নেওচি ৰাইজৰ মাজলৈ বাতৰি কঢ়িয়াই নিয়া সাংবাদিকৰ মাজত প্ৰদান কৰে খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ ৷সাংবাদিকৰ বাবে সংস্থা দুটাই কৰা এই আন্তৰিক প্ৰয়াসক কৃতজ্ঞতা প্ৰকাশ কৰিছে গোলাঘাট জিলা সাংবাদিক সন্থাইও৷

relief distributed to reporters by NGO
সাংবাদিকক সামগ্ৰী বিতৰণ ফাৰ্ম টু ফাউণ্ডেচন আৰু গুঞ্জ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ

গোলাঘাট,16মে'ঃ কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বলৱৎ হৈ আছে লক ডাউন ৷ যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ তেনে সময়তে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে'ফাৰ্ম টু ফাউণ্ডেচন আৰু গুঞ্জ' নামৰ দুটাকৈ স্বেচ্ছাসেৱী সংস্থাই ৷স্বেচ্ছাসেৱী সংস্থা দুটাই লক ডাউনৰ সময়ছোৱাত গোলাঘাট আৰু যোৰহাট জিলাৰ দৰিদ্ৰ লোকসকলৰ মাজত প্ৰদান কৰিছে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ৷ আজি গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ 'ফাৰ্ম টু ফাউণ্ডেচন আৰু গুঞ্জ' নামৰ এই সংস্থা দুয়োটাই লক ডাউনৰ সময়ছোৱাত ভয়াৱহতাকো নেওচি ৰাইজৰ মাজলৈ বাতৰি কঢ়িয়াই নিয়া সাংবাদিকৰ মাজত প্ৰদান কৰে খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ ৷সাংবাদিকৰ বাবে সংস্থা দুটাই কৰা এই আন্তৰিক প্ৰয়াসক কৃতজ্ঞতা প্ৰকাশ কৰিছে গোলাঘাট জিলা সাংবাদিক সন্থাইও৷ ইপিনে, সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত থাকি সামগ্ৰী সমূহ বিতৰণ কৰে 'ফাৰ্ম টু ফাউণ্ডেচন'ৰ প্ৰকল্প বিষয়া বাসুদেৱ দলে,দিগন্ত বাইলুঙৰ লগত কেইবাগৰাকীও ব্যক্তি ৷ উল্লেখযোগ্য যে, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে 'ফাৰ্ম টু ফাউণ্ডেচন 'ক বিতৰণ কৰিবৰ বাবে 2000 ছেনিটাইজাৰ আৰু 5000 মাস্ক প্ৰদান কৰিছে ৷

লগতে পঢ়কঃলক্ ডাউনৰ মাজত দুৰ্ভগীয়া পিতৃৰ কান্দোন !

Last Updated : May 17, 2020, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.