ETV Bharat / state

ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ সাজু খুমটাইৰ যুৱক

author img

By

Published : Jul 24, 2020, 6:08 PM IST

1999 চনৰ কাৰ্গিল যুদ্ধত বীৰ দৰ্পে প্ৰাণ আহুতি দিয়া খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পৰাক্ৰমৰ পিছতেই ভাৰতীয় সেনাৰ প্ৰতি অনুপ্ৰাণিত হৈ আহিছে খুমটাইৰ যুৱপ্ৰজন্ম। খুমটাই চাহ বাগিচা খেলপথাৰত নিতৌ পুৱা-গধূলি দৌৰ, শাৰীৰিক ব্যায়ামত ব্যস্ত হৈ পৰিছে বহু যুৱক ৷ সকলোৰে লক্ষ্য দেশ সেৱাৰ বাবে নিজকে সাজু কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশ ৰক্ষা কৰা ৷

Ready to join indian army
ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ সাজু খুমটাইৰ যুৱক

গোলাঘাট,24 জুলাইঃ "দেশ বুলিলে নালাগে আদেশ,জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী"৷ দেশৰ নৱপ্ৰজন্মৰ ৰক্তত প্ৰবাহিত হৈ আছে দেশপ্ৰেম । তাৰেই এক দৃশ্য দেখা পোৱা গ'ল গোলাঘাট জিলাৰ লগতে খুমটাইত ৷

1999 চনৰ কাৰ্গিল যুদ্ধত বীৰ দৰ্পে প্ৰাণ আহুতি দিয়া খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পৰাক্ৰমৰ পিছতেই ভাৰতীয় সেনাৰ প্ৰতি অনুপ্ৰাণিত হৈ আহিছে খুমটাইৰ যুৱপ্ৰজন্ম। খুমটাই চাহ বাগিচা খেলপথাৰত নিতৌ পুৱা-গধূলি দৌৰ,শাৰীৰিক ব্যায়ামত ব্যস্ত হৈ পৰিছে বহু যুৱক ৷ সকলোৰে লক্ষ্য দেশ সেৱাৰ বাবে নিজকে সাজু কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশ ৰক্ষা কৰা ৷

ইপিনে,খুমটাইৰ স্থানীয় যুৱকে সাংবাদিকৰ আগত মন্তব্য কৰে যে,কেপ্টেইন জিন্টু গগৈৰ নামত ন্যাস খুলি দেশমাতৃৰ সেৱাৰ বাবে যাব বিচৰা যুৱকক চৰকাৰে সহায় কৰাৰ ব্যৱস্থা কৰক ৷ আনহাতে,হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পল্লৱ শইকীয়াই হিন্দু যুৱকক লৈ হিন্দু টাস্ক ফ'ৰ্চ গঠন কৰি দেশৰ সুৰক্ষা অধিক কটকটীয়া কৰাত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.