ETV Bharat / state

গোলাঘাটত ভাৰত বন্ধৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - ৰাজপথত টায়াৰ

ভাৰত বন্ধৰ সমৰ্থনত গোলাঘাটৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে নিখিল ভাৰত ছাত্ৰ ফেডাৰেছন আৰু চি পি আইৰ নেতা-কৰ্মীয়ে । কৃষি আইন বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

গোলাঘাটত ভাৰত বন্ধৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Dec 8, 2020, 10:29 PM IST

গোলাঘাট, ৮ ডিচেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় । কৃষি আইন বাতিলৰ দাবীত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনায় চি পি আই আৰু নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনে ।

গোলাঘাটত ভাৰত বন্ধৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

দেশৰ কেইবাটাও কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত গোলাঘাট নগৰৰ বাটা পইন্টত চি পি আই আৰু নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । কৃষকৰ স্বাৰ্থ বিৰোধী কৃষি আইন বাতিলৰ দাবী জনাই ভাৰত বন্ধ সফল কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.