ETV Bharat / state

সৰুপথাৰত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

সৰুপথাৰ-বৰপথাৰ সংযোগী 'ৰেংমা গঢ়কাপ্টানী পথটোৰ' বিধ্বস্ত অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলাকলা খাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

author img

By

Published : May 18, 2019, 11:22 AM IST

সৰুপথাৰত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

সৰুপথাৰ , 18 মে': গোলাঘাট জিলাৰ গড়কাপ্টানী বিভাগৰ সৰুপথাৰ পথ সংমণ্ডলৰ অধীনৰ সৰুপথাৰ-বৰপথাৰ সংযোগী 'ৰেংমা গঢ়কাপ্টানী পথটো' সম্প্ৰতি বিধস্ত ৷ এই বিধ্বস্ত পথটোৰ বাবে অঞ্চলবাসীয়ে দৈনিক নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় ৷

etv bharat assam
সৰুপথাৰত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই জৰাজীৰ্ণ পথটোৱেদি দৈনিক অত্যাধিক ওজনৰ শিল , গ্ৰেভেল কঢি়ওৱা শ শ ডাম্পাৰ চলাচল কৰাৰ বাবে, পথটো যাতায়তৰ অনুপযোগি হৈ পৰিছে ৷ সেয়ে ৰাইজ অতিষ্ঠ হৈ শনিবাৰে অৰ্থাৎ আজি পথ নিৰ্মানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই" , "গড়কাপ্টানী মন্ত্ৰ ড: হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ", " ৰেংমা পথটি অতি শীঘ্ৰে মেৰামতি কৰক" আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে প্ৰতিবাদকাৰী সকলে শীঘ্ৰে পথটোৰ নিৰ্মাণৰ দাবী তোলে ৷

Intro:ৰাজ্যখনৰ গড়কাপ্টানী পথসমূহৰ কথা নকলেও হব যে পৰিবৰ্তনৰ শ্লগান দি শাসনভাৰ লোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে কি দৰে ৰাখিছে ৰাজ্যখনৰ পথ সমূহ | পিছে চৰকাৰৰ মিছা প্ৰতিশ্ৰুতি ৰাইজৰ অৱগত হোৱাত এতিয়া প্ৰতিবাদ কৰিবলৈ ৰাষ্টালৈ ওলাই আহিছে ৰাইজ ।
Body:গড়কাপ্টানী বিভাগৰ সৰুপথাৰ পথ সংমণ্ডলৰ অধীনৰ সৰুপথাৰ-বৰপথাৰ সংযোগী ৰেংমা গঢ়কাপ্টানী পথটো অতি বিধস্ত হৈ পৰাত স্হানীয় ৰাইজ ওলাই আহি পথ নিৰ্মানৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে | "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই" "গড়কাপ্টানী মন্ত্ৰ ড: হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ" " ৰেংমা পথটি অতি শীঘ্ৰে মেৰামতি কৰক" ধ্বনিৰে প্ৰতিবাদ মুখৰ হৈ পৰে আৰু শীঘ্ৰে পথটোৰ নিৰ্মানৰ দাবী তোলে

এই পথটোৱেদি দৈনিক অত্যাধিক ওজন শিল,গ্ৰেভেল কঢি়ওৱা শ শ ডাম্পাৰ চলাচল কৰা বাবে এই পথটো যাতায়তৰ অনুপযোগি হৈ পৰিছেConclusion:BYTE :-1 PUBLIC
BYTE :- 2 PUBLIC
BYTE :- 3 PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.