ETV Bharat / state

পুনৰ গ্ৰেপ্তাৰ হ'ল মেডিকেলৰ পৰা পলায়ন কৰা আচামী - PRISONER ESCAPED

সোমবাৰে দুপৰীয়া যোৰহাট মেডিকেল কলেজৰ পৰা পলায়ন কৰিছিল সুৰজ ছেত্ৰী নামৰ আচামীজন

পুনৰ গ্ৰেপ্তাৰ হ'ল মেডিকেলৰ পৰা পলায়ন কৰা আচামী
author img

By

Published : Jul 2, 2019, 10:47 AM IST

Updated : Jul 2, 2019, 1:03 PM IST

  • যোৰহাট মেডিকেলৰ পৰা পলায়ন কৰা আচামী পুনৰ গ্ৰেপ্তাৰ
  • কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচামীজনক
  • সোমবাৰে দুপৰীয়া যোৰহাট মেডিকেল কলেজৰ পৰা পলায়ন কৰিছিল সুৰজ ছেত্ৰী নামৰ আচামীজন
  • সুৰজ ছেত্ৰীক গোলাঘাট আৰক্ষীয়ে যোৱা ২১ জুনত থুৰামুখৰ পৰা গ্ৰেপ্তাৰ কৰে
  • ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী সুৰজ অসুস্থ হৈ পৰাত জিলা কাৰাগাৰ কৰ্তৃপক্ষই ২৪ জুনত গোলাঘাটৰ চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল
  • উন্নত চিকিৎসাৰ বাবে ২৫ জুনত যোৰহাট মেডিকেল কলেজ হাস্পতলত ভৰ্তি কৰাইছিল সুৰজক
  • চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই সোমবাৰে দুপৰীয়া পলায়ন কৰিছিল সুৰজে

Intro:Body:যোৰহাট মেডিকেলৰ পৰা পলায়ন কৰা আচামী পুনৰ গ্ৰেপ্তাৰ। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা। সোমবাৰে দুপৰীয়া যোৰহাট মেডিকেল কলেজৰ পৰা পলায়ন কৰিছিল সুৰজ ছেত্ৰী নামৰ আচামীটো। সুৰজ ছেত্ৰীক গোলাঘাট আৰক্ষীয়ে যোৱা ২১ জুনত গ্ৰেপ্তাৰ কৰিছিল থুৰামুখৰ পৰা। ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ পেডলাৰ সুৰজ অসুস্থ হৈ পৰাত ২৪ জুনত গোলাঘাটৰ চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল জিলা কাৰাগাৰ কৰ্তৃপক্ষই। উন্নত চিকিৎসাৰ বাবে ২৫ জুনত ভৰ্তি কৰাইছিল যোৰহাট মেডিকেল কলেজ হাস্পাতলত। চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই কালি দুপৰীয়া পলাইছিল আচামীটো।Conclusion:Byte 1: আৰক্ষী, বিষয়া।
Last Updated : Jul 2, 2019, 1:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.