ETV Bharat / state

কৰ’ণা সংক্ৰমণৰ মাজতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি - কৰ’ণা সংক্ৰমণৰ মাজতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি

এইবেলি কৰ’ণা মহামাৰীৰ বাবে ম্লান পৰিছে এই আধ্যাত্মিক পৰিৱেশৰ ৷ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিছে কিছু নীতি-নিয়ম ৷ নামঘৰলৈ অহা সকলো লোকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ এবাৰত নামঘৰৰ ভিতৰত 50 গৰাকী ভক্তহে সোমাহ পাৰিব ৷ আনহাতে, শৰাইৰ বাবে নৈবেদ্য দিয়াসকলে নিৰ্দিষ্ট কৰি দিয়া বৃত্তৰ মাজৰ পৰাহে নৈবেদ্য অৰ্পন কৰিব পাৰিব ৷

Golaghat Shri Shri Athkheliya namghar
কৰ’ণা সংক্ৰমণৰ মাজতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি
author img

By

Published : Aug 18, 2020, 12:22 PM IST

গোলাঘাট,18 আগষ্টঃ আজি পৱিত্ৰ ভাদমাহৰ প্ৰথম দিন ৷ এই ভাদমাহতে নামঘৰসমূহ নাম-কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ থাকে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বয় ভক্তৰ লানি নিছিঙা সোঁত ৷ একেদৰে উজনি অসমৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো ভাদ মাহত আয়োজন কৰা হয় নাম মহোৎসৱৰ ৷ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰায় লক্ষাধিক ভক্ত আহি সমৱেত হয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ৷

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি

কিন্তু এইবেলি কৰ’ণা মহামাৰীৰ বাবে ম্লান পৰিছে এই আধ্যাত্মিক পৰিৱেশৰ ৷ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিছে কিছু নীতি-নিয়ম ৷ নামঘৰলৈ অহা সকলো লোকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ এবাৰত নামঘৰৰ ভিতৰত 50 গৰাকী ভক্তহে সোমাহ পাৰিব ৷ আনহাতে, শৰাইৰ বাবে নৈবেদ্য দিয়াসকলে নিৰ্দিষ্ট কৰি দিয়া বৃত্তৰ মাজৰ পৰাহে নৈবেদ্য অৰ্পন কৰিব পাৰিব ৷

উল্লেখ্য যে, এইবেলি ব্যক্তিগতভাৱে কোনো ভক্তই চাকি জ্বলাব নোৱাৰিব বুলি জনাইছে নামঘৰ কৰ্তৃপক্ষই ৷ লগতে এইবাৰ নামঘৰৰ ভিৰত বহিব নোৱাৰিব কোনো ভক্ত ৷

লগতে পঢ়ক-মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ক "শিক্ষা মন্ত্ৰণালয়"ৰে নামাকৰণৰ অনুমতি ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.