ETV Bharat / state

ডিগবৈত পোন প্ৰথমবাৰৰ বাবে প্ৰাকৃতিক গেছ পাইপ লাইনৰ ব্যৱস্থা - ডিগবৈত পোন প্ৰথমবাৰৰ বাবে প্ৰাকৃতিক গেছ পাইপ লাইনৰ ব্যৱস্থা

পোন প্ৰথমবাৰৰ বাবে ডিগবৈ সমষ্টিৰ গ্ৰাম্য অঞ্চলৰ 100 টা ঘৰত প্ৰাকৃতিক গেছ পাইপ লাইনৰ সংযোগ ৷

ডিগবৈত পোন প্ৰথমবাৰৰ বাবে গেছ পাইপ লাইন
author img

By

Published : Nov 21, 2019, 10:09 PM IST

মাৰ্ঘেৰিটা, 21 নৱেম্বৰ: প্ৰথমবাৰৰ বাবে ডিগবৈ সমষ্টিৰ গ্ৰাম্য অঞ্চলৰ 100 টা ঘৰত যোগান ধৰা হ’ল প্ৰাকৃতিক গেছৰ পাইপ লাইনৰ ব্যৱস্থা ৷ সমষ্টিটোৰ টিংৰাই 1নং অসমীয়া গাঁৱত যোগান ধৰা হৈছে এই প্ৰাকৃতিক গেছৰ পাইপ লাইনৰ সুবিধা ৷

পোন প্ৰথমবাৰৰ বাবে গেছ পাইপ লাইন

যি সময়ত ছিলিণ্ডাৰৰ বৰ্ধিত দামে সাধাৰণ ৰাইজক মাধমাৰ সোধাই আহিছে সেই সময়তে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত ডিগবৈ সমষ্টিত পোন প্ৰথমবাৰৰ বাবে পাইপ লাইনৰ জৰিয়তে যোগান ধৰা হৈছে প্ৰাকৃতিক গেছৰ ৷ প্ৰাৰম্ভিক পৰ্যায়ত টিংৰাইৰ 100 টা ঘৰত এই সুবিধা প্ৰদান কৰিছে অসম গেছ কোম্পানীয়ে ।

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ লগতে আৰু বহু কেইজন স্থানীয় গণ্য-মান্য ব্যক্তিৰ সহযোগত এই কাৰ্য সফল হোৱা বুলি উল্লেখ কৰি এই কৰ্মৰ সফল শুভাৰম্ভণী কৰে স্বয়ং বিধায়কজনে। ইয়াৰ উপৰিও যি যি অঞ্চলত লাইন গেছৰ বিশেষ প্ৰয়োজন আৰু প্ৰকল্প গ্ৰহণৰ বাবে য'ত উপযুক্ত উপভোক্তা আছে তেনে অঞ্চলত পৰৱৰ্তী সময়ত এই আঁচনি গ্ৰহণ কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে চাওক-লোকসভাত কেব সন্দৰ্ভত বিশেষ প্ৰস্তাৱ অৰুণাচলৰ সাংসদ টাপিৰ গাৱৰ

Intro:

ডিগবৈ সমষ্টিত পোন প্ৰথম বাৰৰ বাবে গ্ৰাম্য অঞ্চলত ১০০ টা ঘৰত প্ৰাকৃতিক পাইপ লাইন গেছৰ যোগান ।

V. O.-- যি সময়ত গেছৰ ছিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধ মই সোধাইছে ঠিক তেনে এক সময়তে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত ডিগবৈ সমষ্টিটোৰ ভিতৰত পোন প্ৰথম বাৰৰ বাবে গ্ৰাম্য অঞ্চল টিংৰাই ১ নং অসমীয়া গাঁৱত প্ৰাকৃতিক পাইপ লাইন গেছৰ যোগান ধৰা হয়। টিংৰাইৰ ১০০ টা ঘৰৰ পৰিয়ালৰ উপভোক্তাক এই সুবিধা প্ৰদান কৰে অসম গেছ কোম্পানীৰ এছচিয়েছনে। ডিগবৈ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ লগতে আৰু বহু কেইজন স্থানীয় গণ্য মান্য ব্যক্তিৰ সহযোগত এই কৰ্ম সফল শুভাৰম্ভণি কৰে বিধায়কৰ নিজ হাতেৰে।ইয়াৰ উপৰিও যি যি অঞ্চলত লাইন গেছৰ বিশেষ প্ৰয়োজন আৰু প্ৰকল্প গ্ৰহণৰ বাবে য'ত উপযুক্ত উপভোক্তা আছে তেনে অঞ্চলতোএই আঁচনি গ্ৰহণ কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি জানিবলৈ দিয়ে।

Body:Byte--MLA DigboiConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.