ETV Bharat / state

সৰুপথাৰ-উৰিয়ামঘাট পথে জ্বলাকলা খুৱাইছে ৰাইজক - উৰিয়ামঘাট

ৰাইজৰ অভিযোগ অনুসৰি গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ পথছোৱা নিৰ্মাণ কৰা মাত্ৰ ডেৰ বছৰ পাচতে পথছোৱা যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ লগতে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বুজাবুজিৰ ফলত পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ৷

সৰুপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী পথে জ্বলাকলা খুৱাইছে উৰিয়ামঘাটবাসীক !
author img

By

Published : May 7, 2019, 11:29 AM IST

গোলাঘাট , 07 মে' : সৰুপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী গড়কাপ্তানী পথছোৱা ক্ৰমান্বয়ে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লুণ্ঠনৰ ফলত পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বুলি অভিযোগ কৰিছে ৷

সৰুপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পথচাৰীসকলে জ্বলাকলা খাবলগীয়া হৈছে ৷ পথৰ মাজতে সৃষ্টি হোৱা দ' গাঁতৰ ফলত বিপদ সংকুলভাৱে সাধাৰণ ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে ৷

সৰুপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী পথে জ্বলাকলা খুৱাইছে উৰিয়ামঘাটবাসীক !

ৰাইজৰ অভিযোগ অনুসৰি গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ পথছোৱা নিৰ্মাণ কৰা মাত্ৰ ডেৰ বছৰ পাচতে পথছোৱা যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ লগতে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বুজাবুজিৰ ফলত পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ৷ সেয়ে শীঘ্ৰে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে যদি পথটো নিৰ্মাণ নকৰে তেতিয়া স্থানীয় ৰাইজ তথা দল-সংগঠনে এক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Intro:সৰুপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী গড়কাপ্তানী পথছোৱা উৰিয়ামঘাটত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে |পথৰ মাজতে দ দ গাঁতৰ সৃষ্টি হৈছে | পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা দেখুৱাইছে পথচাৰীক | পথৰ মাজত বৃহৎ বৃহৎ দ গাতৰ সৃষ্টি হোৱাৰ ফলত বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে পথচাৰীয়ে | Body:গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ পথছোৱা নিৰ্মাণ কৰা মাত্ৰ ডেৰ বছৰ পিছতে পথছোৱা ফাটি ছিটি যাতায়তৰ অনুপযোগী হৈ পৰিছে | ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বুজাবুজিৰ ফলত পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ । অতি শীঘ্ৰে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে যদি পথটি নিৰ্মাণ নকৰে তেতিয়া এক বৃহৎ জংগী আন্দোলনৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজ তথা সংগঠনে ।
Conclusion:BYTE :-1/2:- LOCAL PEOPLE
BYTE:-3 AASU

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.