ETV Bharat / state

CRPF ৰ অভিযানত পিস্তলসহ আটক যুৱক - গোলাঘাটত পিস্তলসহ আটক যুৱক

গোলাঘাটত পিস্তলসহ আটক যুৱক (One person arrested with pistol in Golaghat)৷ CRPF ৰ অভিযানত আটক হয় প্ৰদীপ কুমাৰ দৈমাৰী নামৰ যুৱকজন ৷

One person arrested with pistol in Golaghat

author img

By

Published : Mar 3, 2022, 1:50 PM IST

গোলাঘাট, 3 মাৰ্চ : গোলাঘাটৰ চকৰধৰাত CRPF ৰ 142 বেটেলিয়ানৰ অভিযান (CRPF search operation in Golaghat)। এই অভিযানত পিষ্টলসহ আটক হয় এজন । এখন বাইকত এটা পইণ্ট 32 পিষ্টল লৈ দুজন যুৱক গৈ থাকোঁতেই গোপন সূত্ৰৰ পম খেদি CRPF এ আটক কৰিবলৈ সক্ষম হয় তাৰে এজনক (One person arrested with pistol in Golaghat)। আনজন বাইক আৰোহী পলাই যাবলৈ সক্ষম হয় ।

CRPF ৰ অভিযানত পিস্তলসহ আটক যুৱক

জানিব পৰা মতে আটক হোৱা যুৱকজন মেৰাপানী চিচুপানীৰ প্ৰদীপ কুমাৰ বসুমতাৰী । CRPF এ ধৃত লোকজনক পিষ্টলসহ গোলাঘাট আৰক্ষী থানাত হাজিৰ কৰি সোধ পোচ অব্যাহত ৰাখিছে । CRPF আৰু গোলাঘাট আৰক্ষীয়ে পিষ্টলটো ডিমাপুৰৰ পৰা অনা বুলি সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য জানিব পৰা যাব ।

ধৃত প্ৰদীপ কুমাৰ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে শিৱসাগৰ মেজেঙাৰ ৰাহুল হুছেইন নামৰ এজনে ২ লাখ টকাত বিক্ৰী কৰিবলৈ আনিছিল পিষ্টলটো ।

লগতে পঢ়ক : উজনিত পুনৰ আত্মসমৰ্পণ আলফা সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.