ETV Bharat / state

ডিগবৈৰ হোলোংহাবি চাহ বাগিছাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - পিঞ্জৰাবদ্ধ নাহৰফুটুকী

দীৰ্ঘদিনৰ পৰা ত্ৰাসৰ সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় শুকুৰবাৰে নিশা ৷ বিগত দুটা সপ্তাহত হোলোংহাবি চাহ বাগিছাত বন্ধী হ’ল দুটাকৈ নাহৰফুটুকী ৷

ডিগবৈৰ হোলোংহাবি চাহ বাগিছাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : Nov 23, 2019, 7:28 PM IST

মাৰ্ঘেৰিটা, 23 নৱেম্বৰ: ডুমডুমা বনসংমণ্ডলৰ অধীনৰ হোলোংহাবি চাহ বাগিছাত পুনৰ পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ বাগিছাখনৰ মাজত ডুমডুমা বন বিভাগে পাতিছিল পিঞ্জৰাটো ৷ সেই পিঞ্জৰাতে পুৱাই শ্ৰমিকে পিঞ্জৰাবদ্ধ অৱস্থাত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷

পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰফুটুকীটোৱে । যোৱা এটা সপ্তাহ পূৰ্বেও আন এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছিল এই উক্ত অঞ্চলত ৷ স্থানীয় লোকৰ সন্দেহ বাগিছাখনত আৰু নাহৰফুটুকী লুকাই আছে ৷

লগতে চাওক-মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অৱস্থান ধৰ্মঘট

Intro:ডিগবৈৰ হোলোংহাবি চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

V. O.---ডুমডুমা বনসংমণ্ডলৰ অধীনৰ হোলোংহাবি চাহ বাগিছাত পুনৰ নাহৰফুটুকীৰ পিঞ্জৰাবদ্ধ ৷ বাগিছা খনৰ মাজত ডুমডুমা বন বিভাগে পাতিছিল পিঞ্জৰাটো ৷ পুৱায়ে শ্ৰমিকে পিঞ্জৰাবদ্ধ বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ বহু দিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰফুটুকী বাঘ টোৱে। যোৱা এটা সপ্তাহৰ পূৰ্বে আৰু এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল উক্ত পিঞ্জৰাটোতে ৷ বাগিছা খনত আৰু বাঘ থকাৰ সন্দেহ কৰা হৈছে ৷
Body:Byte--প্ৰত্যক্ষদৰ্শী।Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.