ETV Bharat / state

নুমলীগড় শোধানাগাৰে বাংলাদেশলৈ ৰপ্তানি হ'ৱ ডিজেল - INDIA

অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হয় ডিজেল । IBFPL অৰ্থাৎ India Bangladesh Friendship Product Pipeline জৰিয়তে ডিজেল ৰপ্তানিৰ চুক্তি দুয়োখন দেশৰ মাজত ।

নুমলীগড় শোধানাগাৰে বাংলাদেশলৈ ৰপ্তানি কৰে ডিজেল !
author img

By

Published : Aug 10, 2019, 10:46 PM IST

গোলাঘাট,10আগষ্টঃ অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হয় ডিজেল । বৰ্তমান মাহেকত দুবাৰকৈ ৰে'লৰ দ্বাৰা শিলিগুৰী হৈ বাংলাদেশ লৈ ৰপ্তানি কৰা হয় ডিজেল । প্ৰতি বাৰত 4 হাজাৰ টনকৈ মাহেকত মুঠ 8 হাজাৰ টন ডিজেল বাংলাদেশ লৈ ৰপ্তানি হয় ।

নুমলীগড় শোধানাগাৰে বাংলাদেশলৈ ৰপ্তানি কৰে ডিজেল !

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখহাছিনাই ২০১৮ চনৰ ১৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল এই প্ৰকল্পটো । তাৰ পৰিপ্ৰেক্ষিতত নুমলীগড় তেল শোধনাগাৰৰ পৰা মুঠ 66 হাজাৰ মেট্ৰিক টন ডিজেল ৰপ্তানি হ'ব বাংলাদেশলৈ । নুমলীগড় তেল শোধনাগাৰে বাংলাদেশ পেট্ৰ'লিয়াম ক'ৰপৰেচনক প্ৰদান কৰিব এই তেল । শিলিগুৰিস্থিত এন আৰ এল শিলিগুৰি মাৰ্কেটিং টাৰমিনেটৰ পৰা পাৰ্বতীপুৰ ডিপুট অৱ বাংলাদেশ পেট্ৰ'লিয়ামলৈ 129.5 কিলোমিটাৰ দূৰত্ব লৈ নিয়া হ'ব তেল । আনহাতে মুঠ ৩৪৬ কোটি টকাৰ এই প্ৰকল্পত বাংলাদেশ চৰকাৰে ব্যয় কৰিব 285 কোটি টকা আৰু নুমলীগড় তেল শোধনাগাৰে ব্যয় কৰিব 61 কোটি টকা ।

Intro:অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশ লৈ ৰপ্তানি কৰা হয় ডিজেল।IBFPL অৰ্থাৎ India Bangladesh Friendship Product Pipeline জৰিয়তে ডিজেল ৰপ্তানিৰ চুক্তি। বৰ্তমান মাহেকত দুবাৰকৈ ৰেলৰ দ্বাৰা শিলিগুৰী হৈ বাংলাদেশ লৈ ৰপ্তানি কৰা হয় ডিজেল। প্ৰতি বাৰত 4 হাজাৰ টন কৈ মাহেকত মুঠ 8 হাজাৰ টন ডিজেল বাংলাদেশ লৈ ৰপ্তানি হয়।

Body:নুমলীগড় তেল শোধনাগাৰৰ পৰা 66 হাজাৰ মেট্ৰিক টন ডিজেল ৰপ্তানি হব বাংলাদেশলৈ। নুমলীগড় তেল শোধনাগাৰে বাংলাদেশ পেট্ৰলিয়াম ক'ৰপৰেচনক প্ৰদান কৰিব এই তেল। শিলিগুৰি স্থিত এন আৰ এল শিলিগুৰি মাৰ্কেটিং টাৰমিনেটৰ পৰা পাৰ্বতী পুৰ ডিপুট অৱ বাংলাদেশ পেট্ৰলিয়ামলৈ 129.5 কিলোমিটাৰ দূৰত্ব লৈ নিয়া হব তেল। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰী শেখহাছিনাই ২০১৮ চনৰ ১৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল এই প্ৰকল্প। ৩৪৬ কোটি টকাৰ এই প্ৰকল্পত বাংলাদেশ চৰকাৰে ব্যয় কৰিব 285 কোটি টকা আৰু নুমলীগড় তেল শোধনাগাৰে ব্যয় কৰিব 61 কোটি টকা।

Conclusion:Byte 1: বিকাশ শৰ্মা, জ্যেষ্ঠ সাংবাদিক, গোলাঘাট।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.