ETV Bharat / state

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘাত

দেৰগাঁৱত উত্তেজনাময় পৰিস্থিতি ৷ দাৰ ঘাপত গুৰুতৰভাৱে আহত দুজনকৈ লোক ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ ৷

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘৰ্ষ; আহত 2 জন
author img

By

Published : Jul 16, 2019, 2:01 PM IST

দেৰগাঁও,১৬ জুলাইঃ সোমবাৰে বিয়লি দেৰগাঁৱত উত্তেজনাময় পৰিস্থিতি ৷ দুটা ফৈদৰ মাজত সৃষ্টি হয় যুদ্ধসদৃশ পৰিস্থিতি ৷ ঘটনা অনুসৰি, দেৰগাঁও এলাহাবাদ বেংকৰ সন্মুখত গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্ৰ ক্ৰমে বাপা দলে, আদিত্য দলে, কেটেঙ দলে, অমৃত দলে, কৃষ্ণ দলেই এটা অস্থায়ী দোকান গৃহ নিৰ্মাণ কৰিবলৈ লওঁতেই কৃষ্ণ বাহাদুৰ দৰ্জী নামৰ এজন যুৱকৰ লগত কাজিয়াৰ সূত্ৰ পাত্ৰ হয় । গণেশ দলে আৰু তেওঁৰ পঞ্চ পু্ত্ৰই কৃষ্ণ বাহাদুৰক চোকা অস্ত্ৰই আঘাত কৰাৰ ফলত ঘটনাস্থলীতে তেওঁ বাগৰি পৰে ৷

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘৰ্ষ; আহত 2 জন

ইপিনে স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্ৰক উত্তম মাধ্যম দি আবদ্ধ কৰি ৰাখে । পাচত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা স্থলীৰ পৰা গণেশ দলে আৰু কৃষ্ণ বাহাদুৰক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও ধন ধাৰলৈ লোৱা আৰু দোকান গৃহ লোৱা আদি কাৰণতেই সংঘাতৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে ৷

Intro:টকা ধাৰলৈ লোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষই ভয়ানক ৰূপ লয় দেৰগাঁৱত ।Body:দেৰগাঁও ১৬ জুলাই - কালি বিয়লি সৃষ্টি হল দেৰগাৱঁত এক উত্তেজনাময় পৰিস্থিতি।দুটা ফৈদৰ মাজত সৃষ্টি হল যুদ্ধ সদৃশ পৰিস্থিতি।দাৰ ঘাপত গুৰুত্বৰ ভাবে যখম দুজনকৈ লোক।আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আভিযুক্তক গ্ৰেপ্তাৰ কৰে।দেৰগাঁও এলাহাবাদ বেংকৰ সন্মুখত গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্র বাপা দলে,আদিত্য দলে,কেটেঙ দলে,অমৃত দলে,কৃষ্ণ দলেই এখন অস্থায়ী দোকান গৃহ নিৰ্মাণ কৰিবলৈ লওঁতেই কৃষ্ণ বাহাদুৰ দৰ্জী নামৰ যুৱক জনৰ লগত কাজিয়াৰ সূত্ৰ পাত্ৰ হয়।গণেশ দলে আৰু তেওঁৰ পাঁচ পুতই কৃষ্ণ বাহাদুৰক চোকা অস্ত্ৰই আঘাত কৰাৰ ফলত ঘটনা স্থলীতে তেওঁ বাগৰি পৰে ফলশ্ৰুতিত অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।স্থানীয় একাংশ লোক ঘটনা স্থলীত উপস্থিত হৈ গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্ৰক উত্তম মাধ্যম দি আবদ্ধ কৰি ৰাখে।আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা স্থলীৰ পৰা গণেশ দলে আৰু কৃষ্ণ বাহাদুৰক গুৰুতৰ ভাবে জখম অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে।ইতিমধ্যে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও ধন ধাৰলৈ লোৱা আৰু দোকান গৃহ লোৱা আদি কাৰণতেই সংঘাতৰ সূত্ৰ পাত হৈছে বুলি জানিব পৰা গৈছে।।
Conclusion:আৰক্ষীয়ে অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.