গোলাঘাট,9 মাৰ্চঃ কৰ্ম আৰু উন্নয়নক স্বীকৃতি খুমটাইবাসীৰ । খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মনোনয়ন দাখিলৰ সময়ত চৌদিশে কেৱল মানুহ আৰু মানুহ । সাত কিল’মিটাৰ পথ হৈ পৰিল জনাকীৰ্ণ ।
যোগীবাৰীৰ নিজা ঘৰৰ পৰা সাত কিল’মিটাৰ পথ খোজকাঢ়ি আহি মৃণাল শইকীয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ এই মনোনয়ন দাখিলৰ সময়ত দেখা যায় সমৰ্থকৰ বৃহৎ ৰেলী ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে বিধায়ক গৰাকীক ।
![বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল মৃণাল শইকীয়াৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20210309-115248jpg_09032021141444_0903f_1615279484_661.jpg)
লগতে পঢ়কঃ নাহৰকটীয়াত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী