ETV Bharat / state

বিধায়ক বিশ্বজিৎ ফুকনৰ আহ্বান মৰ্মে প্ৰশাসনৰ বিশেষ বৈঠক - golaghat district administration

সৰুপথাৰ সমষ্টিত বিধায়কৰ উন্নয়নমূলক আঁচনি আৰু ড্ৰাগছকে ধৰি নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ আলোচনা । মঙলবাৰে ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ আহ্বান মৰ্মে অনুষ্ঠিত হয় এই সভা ।

sarupathar
বিধায়ক বিশ্বজিৎ ফুকনৰ আহ্বান মৰ্মে প্ৰশাসনৰ বিশেষ বৈঠক
author img

By

Published : Jun 1, 2021, 10:35 PM IST

সৰুপথাৰ, ১ জুন: ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাই গৈছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । প্ৰতিখন জিলাতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে গোলাঘাটৰ সৰুপথাৰ সমষ্টিত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ সভাৰ ।

sarupathar
বিধায়ক বিশ্বজিৎ ফুকনৰ আহ্বান মৰ্মে প্ৰশাসনৰ বিশেষ বৈঠক

সমষ্টিটোত বিধায়কৰ উন্নয়নমূলক আঁচনি আৰু ড্ৰাগছকে ধৰি নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ আলোচনা হয় সভাত । মঙলবাৰে ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ আহ্বান মৰ্মে অনুষ্ঠিত হয় এই সভা ।

সভাত গোলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উন্নয়ন উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৃষি বিভাগ, মীন বিভাগ, শিক্ষা বিভাগ, জল সম্পদ বিভাগ, স্বাস্থ্য বিভাগকে ধৰি সকলো বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক:গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.