ETV Bharat / state

বোকাখাতত ২৫০টা আত্মসহায়ক গোটক উন্নতজাতৰ মুৰ্গী পোৱালী বিতৰণ

author img

By

Published : Feb 12, 2022, 11:34 AM IST

বোকাখাত চাহ বাগিচাৰ ২৫০ টা আত্মসহায়ক গোটক বিতৰণ উন্নতজাতৰ মুৰ্গী পোৱালী (Atul Bora distributed poultry in Bokakhat) ৷ উন্নতজাতৰ মুৰ্গী পোৱালী বিতৰণৰ এই অনুষ্ঠানত উপস্থিত থাকে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা ৷ লগতে উপস্থিত থাকে পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎস তথা বোকাখাত চাহ বাগিচাৰ একাংশ লোক ৷

Minister Atul Bora distributed poultry to 250 women beneficiaries
বোকাখাতত ২৫০টা আত্মসহায়ক গোটক উন্নতজাতৰ মুৰ্গী পোৱালী বিতৰণ

বোকাখাত, 12 ফেব্ৰুৱাৰী : বোকাখাতত মন্ত্ৰী অতুল বৰা (Minister Atul Bora in Bokakhat) ৷ বোকাখাত চাহ বাগিচাৰ ২৫০ টা আত্মসহায়ক গোটক অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা শুকুৰবাৰে মন্ত্ৰী অতুল বৰাই বিতৰণ কৰে উন্নতজাতৰ মুৰ্গী পোৱালী (Atul Bora distributed poultry in Bokakhat) ৷ বিশেষকৈ চাহ বাগিছাৰ শ্ৰমিকসকলক আত্ম সংস্থাপন আৰু আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে বিতৰণ কৰে এই বিশেষ পদক্ষেপ ৷

উন্নতজাতৰ মুৰ্গী পোৱালী বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলো ৷ এই কাৰ্যসূচীতেই পশু চিকিৎসকসকলে মুৰ্গী পালন কৰাৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও পৰামৰ্শ আগবঢ়ায় । অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা এই বিশেষ সুবিধা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বোকাখাত চাহ বাগিচাৰ ২৫০ টা আত্মসহায়ক গোটৰ সদস্যসকল ৷

উন্নতজাতৰ মুৰ্গী পোৱালী বিতৰণ

উল্লেখ্য যে, বাগিচাত কৰ্মৰত শ্ৰমিকসকলে শ্ৰমৰ বিনিময়ত লাভ কৰে অতি নিন্মমানৰ মজুৰি ৷ সেই মজুৰিৰে বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ পৰিয়াল চলাত আহি পৰে কিছু অৰ্থনৈতিক সমস্যা ৷ যাৰ বাবে ৰাজ্যৰ পশুপালন বিভাগে গ্ৰহণ কৰিছে এই বিশেষ আঁচনি ৷

কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ আশা, অসম চৰকাৰৰ পৰা লাভ কৰা এই সুবিধাৰ ফলত চাহ বাগিচাৰ লোকসকলৰ বহু পৰিমাণে আৰ্থিক সমস্যা লাঘব হ’ব ৷ বোকাখাত চাহ বাগিচাৰ এই কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আগন্তুক পৌৰ সভাৰ নিৰ্বাচন সন্দৰ্ভতো সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, পৌৰ সভাৰ নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী আয়োগে জাৰি কৰা সকলো নীতি-নিয়ম মানি দলৰ ফালৰ পৰাও আৰম্ভ কৰিছে প্ৰস্তুতি ৷ লগতে তেওঁ এই পৌৰ সভা নিৰ্বাচনত লাভ কৰিব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক : ডেৰাডুনত আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে ক’লে মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই উত্তৰাখণ্ডক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.