ETV Bharat / state

গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত গো-পালক সংস্থাৰ প্ৰতিবাদ

দিনক দিনে বৃদ্ধি পাইছে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য ৷ কিন্তু গাখীৰৰ মূল্য বৃদ্ধি কৰিব নোৱাৰত গো-পালক সংস্থাৰ অব্যাহত আছে প্ৰতিবাদ ৷ দ্বিতীয় দিনাও গো-পালক সংস্থাৰ প্ৰতিবাদ গোলাঘাট জিলাখনত ৷

গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত গো-পালক সংস্থাৰ প্ৰতিবাদ
author img

By

Published : Sep 3, 2019, 6:51 PM IST

  • গোলাঘাটত অব্যাহত গো-পালক সংস্থাৰ প্ৰতিবাদ
  • জিলাখনত দ্বিতীয় দিনাও গো-পালক সংস্থাৰ প্ৰতিবাদ
  • পথচাৰীক বিনামূলীয়াকৈ দুগ্ধ বিতৰণ
  • গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ দাবীত গো-পালক সংস্থাৰ প্ৰতিবাদ
  • ইয়াৰ বিপৰীতে দিনক দিনে বৃদ্ধি পাইছে দুগ্ধজাত সামগ্ৰীৰ মূল্য
  • ফলত নানান সমস্যাৰ সন্মুখীন হৈছে গো-পালক সকল
  • গোলাঘাট জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ
  • সোমবাৰে ধনশিৰি নদীত 1000 লিটাৰ গাখীৰ পেলাই সাব্যস্ত কৰিছিল প্ৰতিবাদ
  • মঙলবাৰে পথচাৰীক বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত

Intro:গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত গো পালক সংস্থাৰ প্ৰতিবাদ। গোলাঘাটত পথাচাৰীক বিনামূলীয়া দুগ্ধ বিতৰণ।Body:গোলাঘাট নগৰত বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি দ্বিতীয় দিনাও প্ৰতিবাদ সাব্যস্ত কৰে গো পালক সকলে। উল্লেখযোগ্য যে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি হৈছে যদিও গাখীৰৰ মূল্য বৃদ্ধি কৰিব পৰা নাই গো পালক সকলে। ফলত গো পালনকে আদি কৰি বিভিন্ন সমস্যা সন্মুখীন হৈছে গো পালক সকল। জিলা প্ৰশাসনক দীৰ্ঘদিনৰ পৰা গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে দাবী জনায় আহিছে যদিও গোলাঘাট জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে গো পালক সকলে। গো পালক সকলৰ কষ্টৰ বিনিময়ত উচিত মূল্যও লাভ নকৰাৰ অভিযোগ উথাপন কৰি সোমবাৰে ধনশিৰি নদীত গাখীৰ পেলাই প্ৰতিবাদ কৰিছিল আৰু মঙ্গলবাৰে নগৰৰ মাজ মজিয়া বাটা পইণ্টত বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।Conclusion:Byte 1: গো পালক।
Byte 2: গো পালক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.