গোলাঘাট, 09 চেপ্তেম্বৰঃ গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ ৷ গোলাঘাট লেতেকুজান চাহ বাগিচাত যোৱা কেইবা দিনৰ পৰা পোৱালি সহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ স্থানীয় ৰাইজে বহু চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷ এতিয়া বন্য হস্তীৰ সন্ত্ৰাসত ত্ৰাসিত হৈ পৰা অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷
গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ - হাতী আৰু মানুহ
গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ ৷ গোলাঘাট লেতেকুজান চাহ বাগিচাত যোৱা কেবাদিনৰ পৰা পোৱালি সহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷
গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ
গোলাঘাট, 09 চেপ্তেম্বৰঃ গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ ৷ গোলাঘাট লেতেকুজান চাহ বাগিচাত যোৱা কেইবা দিনৰ পৰা পোৱালি সহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ স্থানীয় ৰাইজে বহু চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷ এতিয়া বন্য হস্তীৰ সন্ত্ৰাসত ত্ৰাসিত হৈ পৰা অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷
Intro:গোলাঘাট সন্মুখ-সমৰত হাতী আৰু মানুহ : সিঁহৰণকাৰী দৃশ্য । অব্যাহত আছে ভয়াবহ জীৱন মৰণৰ খেলা । Body:গাৰনোম শিয়ঁৰি উঠা ভয়ানক দৃশ্য সন্মুখ-সমৰত হাতী আৰু মানুহ । এই দৃশ্য গোলাঘাট লেতেকুজান চাহ বাগিচাৰ । আজি কেইবাদিনৰ পৰা বাগিচা খনত পোৱালি সহ প্ৰায় ৮০-৯০টা হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে । আৰু হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা কৰিও বিফল হৈছে স্থানীয় লোকসকল ।খাদ্যৰ সন্ধানত এফালে জনাঞ্চলত হাতীৰ প্ৰৱেশ, আনফালে নিজৰ পথাৰখন,ঘৰ-বাৰী ৰক্ষাৰ স্বাৰ্থত হাতীৰ জাকক খেদাৰ চেষ্টা গঞাৰ । ইফালে এতিয়া হাতী জাকটোৰ বাবে চাহ বাগিচাত কাম কৰিবলৈ ভয় কৰা হৈছে শ্ৰমিক সকলে ।কোনো সময়ত শিলগুটি,লাঠী ৰে ৰাইজে হাতী খেদিছে,বিপৰীতে হাতীয়েও উভতি খেদিছে মানুহক ।গোলাঘাটত এতিয়া হাতী,মানুহৰ সংঘাত এক নিয়মত পৰিণত হৈছে । খাদ্যৰ সন্ধানত হাবি এৰি জনাঞ্চলত প্ৰৱেশ বৃহৎ বন্যহস্তীৰ জাক । চাহ-বাগিচা, খেতি পথাৰত হাতীৰ সন্ত্ৰাস । হাতীৰ জাকক খেদাৰ চেষ্টা ৰাইজৰ,মাজে মাজে হাতীয়েও উভতি খেদিছে ৰাইজক । বৃহৎ হাতীৰ জাকৰ বাবেই নুমলীগড় , মৰঙি,ৰংবং, বকিয়াল, উদয়ন, ঢলাগাওঁ, মুৰফুলনী,কৌৱনী পথাৰ আদি অঞ্চলৰ ৰাইজে উৰেনিশা উজাগৰে পাৰ কৰিব লগীয়া হৈছে ।।Conclusion:Byte 1 : স্থানীয় বাসীন্দা
গোলাঘাট পৰা চামিম ইলি , etv Bharat, অসম
গোলাঘাট পৰা চামিম ইলি , etv Bharat, অসম