ETV Bharat / state

লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

author img

By

Published : Jun 12, 2021, 9:17 AM IST

টকিঅ' অলিম্পিক(tokyo olympics 2021)লৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হ'ল লাভলীনা বৰগোঁহাই(Lovlina Borgohain) ৷ শেহতীয়াকৈ ক্ৰীড়াবিদ গৰাকীক বিভিন্ন দল-সংগঠনে অভিনন্দন জনোৱাৰ মাজতে শুভেচ্ছা তথা অভিনন্দন সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে(MLA Biswajit Phukan) ৷

boxer-lovlina-borgohain-congratulated-by-mla-bishwajit-phukan
লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

সৰুপথাৰ, 12 জুন : ক'ভিড পৰিস্থিতিৰ মাজতে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে এটা ভাল খবৰ ৷ অলিম্পিকলৈ অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপে যোগ্যতা অৰ্জন কৰিছে গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই(Lovlina Borgohain)য়ে ৷ চলিত বৰ্ষত টকিঅ’ত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকলৈ এই যোগ্যতা অৰ্জন কৰিছে ৰাজ্যৰ আগশাৰীৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ৷

উল্লেখ্য যে, কৰ’ণাৰ বাবে বিগত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টকিঅ’ অলিম্পিক(tokyo olympics 2021) চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ ইপিনে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগে লাভলীনা(Lovlina Borgohain) ৰ জন্মস্থান বৰপথাৰৰ লগতে মহকুমাটোৰ ৰাইজৰ উপৰি বিভিন্ন দল-সংগঠন মাজত আনন্দ উছাহ পৰিলক্ষিত হয় ৷ শুকুৰবাৰে বক্সাৰ গৰাকীক শুভেচ্ছা তথা অভিনন্দন জনালে সৰুপথাৰ(Sarupathar LAC)ৰ বিধায়ক বিশ্বজিৎ ফুকনে(MLA Biswajit Phukan) ৷

লগতে পঢ়কঃ অচিৰেই অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.