ETV Bharat / state

সুৰা সন্ত্ৰাস : ১৪৯ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

author img

By

Published : Feb 24, 2019, 10:35 AM IST

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

etv bharat

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিষাক্ত সুৰা সেৱনৰ ফলত উজনি অসমৰ বিভিন্ন ঠাইত মৃত্যুৰ সংখ্যা ১৪৯ জনলৈ বৃদ্ধি। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৭০ জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।

liquor tragedy

দেওবাৰে পুৱাৰ ভাগত ৫ জনকৈ লোকক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি আৰু অধিক লোক আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মীয়ে। আক্ৰান্ত লোকক চিকিতসালয়লৈ আনিবলৈ পৰ্যাপ্ত পৰিমাণৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰ অভাৱত ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ আনিবলগীয়াত পৰিছে পৰিয়ালক লোকে। বৰ্তমানলৈ গেলাঘাটত সুৰাপান কৰি মৃত্যু হৈছে ৩৭ জনৰ। আনহাতে বৰহোলাত মৃত্যুক সাবটি লৈছে ৩৩ জনে।

শতিকাৰ কৰুণ ঘটনা ত ইতিমধ্যে ১৪৯ জনৰ মৃত্যু।
ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৃতকৰ সংখ্যা ৭০জনলৈ বৃদ্ধি।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যেই আৰু আক্ৰান্ত লোকক আনি থকা হৈছে।পূৱাৰ ভাগতো ইতিমধ্যে ৫ জন আন আক্ৰান্ত লোকক অনা হৈছে।১০৮ কৰ্মীয়ে জনোৱা মতে গোলাঘাট জিলাত আৰু।বহু লোক আক্ৰান্ত হোৱাৰ তথ্য আহি পৰিছে।১০৮ আৰু ব্যক্তিগত বাহনৰে আনিব লগিয়া হৈ পৰিছে।গোলাঘাট ৰ ৩৭ জন আৰু বৰহোলা ৰ ৩৩ জন লোক মৃত্যু ঘটিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.