ETV Bharat / state

অখিল গগৈক মুক্তিসহ CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 30, 2020, 2:43 PM IST

বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈক মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ ৷ গোলাঘাট কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

KMSS protest for release Akhil Gogoi and against CAA
অখিল গগৈক মুক্তিসহ CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ প্ৰতিবাদ

গোলাঘাট,30 জুলাই : কৃষক নেতা অখিল গগৈক মুক্তি আৰু CAA বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত । গোলাঘাট কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গোলাঘাট উপায়ুক্ত কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ' বেক,সৰ্বানন্দ সোণোৱাল হায় হায়,অখিল গগৈ মুক্তি দিয়ক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ ৰাজপথ । ইয়াৰ লগতে,অতি শীঘ্ৰেই অখিল গগৈৰ মুক্তিৰ দাবী তুলি প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : চাইকেল লৈ হিতেন্দ্ৰ নাথ গোস্বামীৰ ঘৰত বিধায়ক ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.