ETV Bharat / state

খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত বিধায়ক মৃনাল শইকীয়া

author img

By

Published : May 28, 2020, 4:02 PM IST

খুমটাইত বহিঃ ৰাজ্যৰ পৰা ঘৰমুৱা হোৱা প্ৰায় 2000 যুৱক যুৱতীৰ বাবে বিধায়কগৰাকীয়ে ব্যৱহাৰ কৰিছে কেইবাটাও কোৱাৰেণ্টাইন গৃহ। ইতিমধ্যে খুমটাইলৈ ৰে'ল আৰু বাছ যোগে বহিঃৰাজ্যৰ পৰা আগমন হৈছে লক্​ ডাউনত আবদ্ধ হৈ থকা লোকসকলৰ ৷

Khumtai quarantine center visit  mla  marinal saikiya
কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত বিধায়ক মৃনাল শইকীয়া

খুমটাই,28মেঃ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব‍্যতিক্ৰমী প্ৰয়াস বহিঃ ৰাজ্যৰ পৰা ঘৰমুৱা হোৱা প্ৰায় 2000 যুৱক যুৱতীৰ বাবে বিধায়কগৰাকীয়ে সাজু কৰি উলিয়াইছে বহু কেইটা কোৱাৰেণ্টাইন কেন্দ্ৰ। ইতিমধ্যে খুমটাইলৈ ৰে'ল আৰু বাছ যোগে বহিঃৰাজ্যৰ পৰা আগমন হৈছে লক্​ ডাউনত আবদ্ধ হৈ থকা লোকসকল। খুমটাই সমষ্টিৰ এটা আদৰ্শ কোৱাৰেন্টাইন কেন্দ্ৰত বৰ্তমানে সমষ্টিতোৰ মুঠ 33জন যুৱক যুৱতী আছে।

সমষ্টিটোৰ আধাৰসত্ৰ বহুমূখী প্ৰকল্প গৃহৰ কোৱাৰেন্টাইন চেন্টাৰত আজি পুৱাই উপস্থিত হৈ উক্ত চেণ্টাৰতোত চেনীটাইজেছন কৰে বিধায়ক গৰাকীয়ে ইপিনে কোৱাৰেণ্টাইন চেণ্টাৰতোত থকা লোক সকলক আজি প্ৰদান কৰা হয় পিঠা পনা আৰু অহাৰ প্ৰথম দিনাই যোগান ধৰা হয় হাহ মাংসৰ ভাত। ইপিনে স্থানীয় কৃষকৰ বাৰীৰ পাচলি যোগান ধৰা হয় খুমটাই সমষ্টিৰ সকলো কোৱাৰেন্টাইন গৃহতে। বাহিৰৰ কোনো খাদ্য সামগ্ৰী দিয়া নহয় কেন্দ্ৰসমূহত সমষ্টিতোত বহি:ৰাজ্যৰ পৰা অহা ব্যক্তি সকলে কোৱাৰেণ্টাইন চেণ্টাৰত যাতে কোনো অসুবিধা নাপায় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে । মৃণাল শইকীয়াৰ এই পদক্ষেপক সমষ্টি বাসীয়ে শলাগ লৈছে ।

লগতে পঢ়কঃবঙাইগাঁওত কমতা শিৰোমণি অৰুণ কুমাৰ ৰায়ক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.