ETV Bharat / state

আমিনুল ইছলামক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগেঃ বিধায়ক মৃণাল শইকীয়া

author img

By

Published : Apr 7, 2020, 5:38 PM IST

বিধায়ক আমিনুল ইছলামক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক শলাগ লয় খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ।

বিধায়ক মৃণাল শইকীয়া
বিধায়ক মৃণাল শইকীয়া

খুমটাই, 7 এপ্ৰিল : ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই ৰঙাঘৰৰ আলহী হোৱা ধিঙৰ বিধায়ক আমিনুল ইছলামক নিকৃষ্ট মনোবৃত্তি লোকৰ আখ্যা দিয়ে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। আমিনুল ইছলাম পূৰ্বৰে পৰা এজন সাম্প্ৰদায়িক লোক। আৰক্ষীয়ে তেওঁক এতিয়া নহয় বহু পূৰ্বে গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

বিশ্বত কৰ'ণা ভাইৰাছে ত্ৰাস চলাই থকাৰ সময়তে অসমত মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আচাৰ্যজনক বুলি অভিহিত কৰে খুমটাইৰ বিধায়কগৰাকীয়ে। বিধায়ক আমিনুল ইছলামক অসমৰ পৰাই নহয় ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ আহ্বান জনাই মৃণাল শইকীয়াইৰ।

বিধায়ক মৃণাল শইকীয়া

অসমৰ Covid 19 ত আক্রান্ত ৰোগীসকল যদি মিছা তেন্তে সেই ৰোগীসকলক আমিনুল ইছলামে সাৱটি থাকক, তেতিয়াহে প্ৰকৃত সত্যটো ওলাব বুলিও মঙলবাৰে সাংবাদিকৰ আগত মন্তব্য কৰি AIUDF ৰ বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে মৃণাল শইকীয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.