ETV Bharat / state

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বনমন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে ৷

author img

By

Published : Jul 21, 2019, 11:50 PM IST

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে

কাজিৰঙা, 21জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বন মন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে৷

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে
বোকাখাতৰ বান বিধ্বস্ত অঞ্চল আৰু বানাক্ৰান্ত সকলৰ আশ্ৰয় শিবিৰ সমুহ পৰিদৰ্শন কৰি কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে, বিগত বৰ্ষ সমুহতকৈ এই বৰ্ষত বানপানীত মৃত্যু হোৱা বন্যজন্তুৰ হাৰ কম ৷ ৰাজ্যপালক উক্ত পৰিদৰ্শন কালত সংগ দিয়ে ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

Intro:Body:কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বন মন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে। বোকাখাতৰ বান বিধ্বস্ত অঞ্চল আৰু বানাক্ৰান্ত সকলৰ আশ্ৰয় শিবিৰ সমুহ পৰিদৰ্শন কৰি কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ ওচৰত মত ব্যক্ত কৰে যে বিগত বৰ্ষ সমুহতকৈ এই বৰ্ষত বানপানীত মৃত্যু হোৱা বন্যজন্তুৰ হাৰ কম ৷ নৱনিৰ্মিত ৩৩ টা হাইলেণ্ডৰ বাবে এই বৰ্ষৰ বানপানীত কম সংখ্যক বন্যপ্ৰাণী মুকলিলৈ ওলায় আহিছে ৷ আনহাতে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰাক লৈও দায়সৰা মন্তব্য ৰাজ্যপালৰ ৷ ইয়াৰোপৰি বানপানীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা কাজিৰঙাৰ বন্যপ্ৰাণীৰ পৰিস্থিতিৰ বুজ লবলৈ দহদিনৰ পিছতহে বন মন্ত্ৰী কাজিৰঙাত উপস্থিত হয় ৷সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ পৰা ফালৰি কাটি ৰাজ্যপালৰ গাড়ীত উঠি পলায়ন কৰে বনমন্ত্ৰীয়ে।Conclusion:Byte 1: ৰাজ্যপাল।
Byte 2: বন মন্ত্ৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: -- ৰাজ্যপালৰ byte আৰু visual mojoত গৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.