ETV Bharat / state

JE in Merapani: মেৰাপানীত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্য়ু

author img

By

Published : Jul 14, 2022, 4:00 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেৰাপানী সীমান্ত অঞ্চলতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা(Japanese Encephalitis in Merapani)। মেৰাপানী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তৰাণি, কৃষ্ণশ্ৰামী, গমাৰী আদি অঞ্চলত প্ৰাৰ্দুভাৱ ঘটিছে এনকেফেলাইটিছৰ ।

y
JE in Merapani: মেৰাপানীত জাপানীজ এনকেফেলাইটিছত মৃত্য়ু

মেৰাপানী,১৪ জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেৰাপানী সীমান্ত অঞ্চলতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা (Japanese Encephalitis in Merapani)। মেৰাপানী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তৰাণি, কৃষ্ণশ্ৰামী, গমাৰী আদি অঞ্চলত প্ৰাৰ্দুভাৱ ঘটিছে এনকেফেলাইটিছ ৰোগৰ ।

মেৰাপানী অঞ্চলটোত ইতিমধ্যে চাৰিগৰাকীকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগাৰ বিপৰীতে বুধবাৰে মেৰাপানী কৃষ্ণশ্ৰামী গাঁৱৰ এজন লোকৰ যোৰহাট চিকিৎসালয় হাস্পতালত মৃত্যু হয় । ইফালে, অঞ্চলটোত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ । জনসাধাৰণক সজাগ কৰাৰ সমান্তৰালভাৱে তেজৰ নমুনা সংগ্ৰহ, আক্ৰান্ত অঞ্চলত ধোৱা দিয়া ব্যৱস্থা কৰা বুলি সদৰি কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:এমাহত 6,000 টকাৰ বিদ্যুতৰ বিল: মূৰে-কঁপালে হাত দিছে গ্ৰাহকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.