ETV Bharat / state

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

author img

By

Published : May 11, 2019, 2:31 PM IST

মথাউৰিটোৰ কাম শেষ নহঁওতেই দুই এজাক বৰষুণততে চপৰা চপৰে খহিছে মথাউৰিটো । বানপানীৰ সময় চমু চাপি অহাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । নিকৰিবাসীৰ আহ্বান চৰকাৰ প্ৰশাসনে অতি শীঘ্ৰে এই মথাউৰিটোৰ নিৰ্মান কাৰ্য্য সম্পন্ন কৰক ।

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

নুমলীগড়, 11 মে' : ৰাজ্যত বানপানীৰ সময় সমাগত । গোলাঘাটৰ নুমলীগড় এজাক বৰষুণে খহাই নিছে কোটিটকীয়া বান্ধ । বানৰ আশংকাত ভুগিছে সাধাৰণ ৰাইজ ৷

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

নুমলীগড় কাষৰীয়া বোকাখাট সমষ্টিৰ অন্তৰ্গত বান বিধস্ত নিকৰি অঞ্চলৰ । বিগত বছৰটোত গেলাবিল নৈ আৰু নিপকোৰ বানে দুৰ্যোগ নমাই আনিছিল অঞ্চলটোলৈ । প্ৰত্যেক বছৰে এই অঞ্চলটোত গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নি পানীয়ে চলাই আহিছে তাণ্ডৱ । ৰাইজৰ কাকূতি মিনতিত জলসম্পদ বিভাগে গেলাবিল নৈৰ পাৰত এটা মথাউৰি নিৰ্মাণ কৰিলেও অতি লেহেমীয়া গতিত মথাউৰি নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মথাউৰিটোৰ কাম শেষ নহঁওতেই দুই এজাক বৰষুণততে চপৰা চপৰে খহিছে মথাউৰিটো । বানপানীৰ সময় চমু চাপি অহাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । নিকৰিবাসীৰ আহ্বান চৰকাৰ প্ৰশাসনে অতি শীৰ্ঘে এই মথাউৰিটোৰ নিৰ্মান কাৰ্য্য সম্পন্ন কৰক ।

Intro:ৰাজ্যত বান পানীৰ সময় সমাগত । গোলাঘাট নুমলীগড় ত জলসম্পদ বিভাগৰ মঠাউৰি নিৰ্মাণৰত অৱস্থাতে এজাক বৰষুণে খহাই নিছে কৌটিটকীয়া বান্ধ । জলমগ্ন ৰ আশংকাত সৰ্বসাধাৰণ ।
Body:ৰাজ্যত ভয়াবহ বানৰ সময় সমাগত । আতংকিত সকলো । চৰকাৰেও বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ । কিন্তু কি দৰে চৰকাৰৰ জলসম্পদ বিভাগে বান প্ৰতিৰোধৰ বাবে নিৰ্মান কৰিছে বান্ধ , মাথাউৰি সমূহ ! এই দৃশ্য নুমলীগড় কাষৰীয়া বোকাখাট সমষ্টিৰ অন্তৰ্গত বান বান বিধস্ত নিকৰি অঞ্চলৰ । প্ৰত্যেক বছৰে এই অঞ্চলটোত গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নি পানীয়ে চলাই তাণ্ডৱ । বিগত বছৰত অঞ্চলটোত গেলাবিল নৈ আৰু নিপকো সৃষ্ট বানে দুৰ্যোগ নমাই আনিছিল । এইবাৰ ৰাইজৰ কাকূটি মিনতিত জলসম্পদ বিভাগে গেলাবিল নৈৰ পাৰত নিৰ্মান কৰিছে এটা মঠাউৰি । কিন্তু বহু পলমকৈ নিৰ্মান কাৰ্য্য আৰম্ভ হোৱা বান্ধটোৰ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে । অভিযোগ উঠিছে মঠাউৰি টোত ব্যৱহাৰ কৰিছে বালি য়া মাটি আৰু অতি লেহেমীয়া গতিৰে চলিছে মঠাউৰি টোৰ। যাৰ বাবে বান অহাৰ আগতে মাথাউৰি টোৰ কাম শেষ নোহোৱা ৰ আশংকাই দেখা দিছে । আনহাতে মঠাউৰি টোৰ কাম শেষ নহঁওতেই দুই এজাক বৰষুণত তে চপৰা চপৰে খহাই নিচে মঠাউৰি টো । বানপানীৰ সময় চমু চাপি অহাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । আনহাতে জলসম্পদ বিভাগৰ কিমান টকা এই মঠাউৰি টো ৰ বাবে আৱন্তীত হৈছে , কেনেদৰে নিৰ্মান হব সকলো কথা আন্ধাৰত ৰাখি নিৰ্মান চলাইছে মঠাউৰি টোৰ । নিকৰিবাসীৰ আহ্বান চৰকাৰ প্ৰশাসনে অতি শীৰ্ঘে এই মঠাউৰি টোৰ কাম শেষ কৰক আৰু সঠিক ভাৱে নিৰ্মান কাৰ্য্য সম্পন্ন কৰক ।এনেদৰে ই এতিয়া ৰাজ্যত জলসম্পদত বিভাগে বান প্ৰতিৰোধৰ বাবে নামত চলাইছে নাটক ।Conclusion:Byte 1: স্থানীয় বাসিন্দা
Byte 2: স্থানীয় বাসিন্দা

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat,অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.