ETV Bharat / state

পুনৰ আৰম্ভ হ'ল ক্ষুদ্ৰ উদ্যোগ সমূহ - উদ্যোগ

বুধাবাৰেৰ গোলাঘাটত আৰম্ভ হ'ল Polymer Pipe Industry নামৰ উদ্যোগটো । বিগত প্ৰায় 50 দিনে লক্ ডাউনৰ বাবে বন্ধ হৈ আছিল উদ্যোগটো ।

industries re opened in golaghat from wednesday

author img

By

Published : May 13, 2020, 5:29 PM IST

গোলাঘাট, 13 মে': ক্ৰমান্বয়ে স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি আহিছে জনসাধাৰণ । সুৰক্ষাৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰি বুধবাৰৰ পৰা আৰম্ভ হ'ল গোলাঘাটৰ ক্ষুদ্ৰ ব্যৱসায় সমূহ । গোলাঘাটৰ Polymer Pipe Industry নামৰ উদ্যোগটোৱেও বুধবাৰৰ পৰা আৰম্ভ কৰিলে উৎপাদনৰ কাম ।

বুধবাৰৰ পৰা গোলাঘাটত আৰম্ভ হ'ল ক্ষুদ্ৰ উদ্যোগ সমূহ

দৈনন্দিন পাঁচ লাখ টকাৰ পাইপ উৎপাদন কৰা উদ্যোগটো বন্ধ হৈ আছিল প্ৰায় 50 দিনে । এই সংকটৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰসংশা কৰে উদ্যোগটোৰ স্বত্বাধিকাৰী গৰাকীয়ে । । ভাৰতক আৰ্থিক সংকটৰ পৰা মুক্তি দিবলৈ 20 লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজৰো শলাগ লয়, উদ্যোগপতি গৰাকীয়ে । বৰ্তমান সুৰক্ষাৰ সকলো দিশ পালন কৰিছে শ্ৰমিক, কৰ্মচাৰী সকলে ।

লগতে পঢ়কঃ নিশা শুই থকা অৱস্থাতে গুলীয়াই হত্যা এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.